• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলিত বৰ্ষৰ ভিতৰতে নাগা চুক্তিৰ শান্তিপূৰ্ণ সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কেন্দ্ৰীয় চৰকাৰ : ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 4:31 pm
ram madhab at wokha

ৰাম মাধৱ

1000
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ শান্তি আৰু প্ৰগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ চলিত বৰ্ষতে নাগা চুক্তিৰ শান্তিপূৰ্ণ সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি বুধ বাৰে মত প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ-পূবৰ প্ৰভাৰী ৰাম মাধৱে।

নাগালেণ্ডৰ ৱোকহা চহৰত অনুচ্ছেদ ৩৭০ৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা এখন জন জাগৰণ সভাত অংশগ্ৰহণ কৰি ৰাম মাধৱে এনেদৰে মন্তব্য আগবঢ়ায়।

অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজেপিৰ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে।

জানিব পৰা মতে, ৰাম মাধৱে সভাত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ জনসাধাৰণক অনুচ্ছেদ ৩৭১ সম্বন্ধে ভয়ৰ কোনো কাৰণ নাই বুলি আশ্বাস প্ৰদান কৰাৰ লগতে অনুচ্ছেদ ৩৭০ আৰু অনুচ্ছেদ ৩৭১ ৰ মাজত কোনোধৰণৰ সম্পৰ্ক নাই বুলিও কয়।

আনহাতে, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে শাসন কৰি আছে বুলি উল্লেখ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বিজেপি চৰকাৰ থকালৈ কোনেও নাগালেণ্ডৰ বিশেষ সাংবিধানিক অধিকাৰক হাত লগাব নোৱাৰে।

নাগালেণ্ডত বিজেপিৰ সহযোগি দল এন ডি পি পি সন্দৰ্ভত মত ব্যক্ত কৰি ৰাম মাধৱে দুয়ো দলৰ মাজত বুজাবুজিৰ মাধ্যমেৰে আখনৰ ভাগ বতৰোৱা কৰা হ’ব বুলি কয়।

তদুপৰি, সভাত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰী ওৱাই পাট্টন আৰু বিজেপিৰ ৰাজ্যিক সভাপতি তেমজেন ইমনাই ৰাজ্যখনত শান্তি সম্প্ৰীতিৰ বাবে বিজেপি কৰ্মকৰ্তা সকলে কাম কৰি আছে বুলি মন্তব্য কৰে।

Recent News

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd