• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্গা পূজা-দীপাৱলীত সৰ্বাত্মক ৰূপে বৰ্জন কৰক চীনা সামগ্ৰী : হিন্দু যুৱ ছাত্ৰ পৰিষদ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 19, 2019 10:01 pm
689
VIEWS
Share on FacebookShare on Twitter

শাৰদীয় দুৰ্গা পূজা আৰু দীপাৱলীৰ লগতে দৈনন্দিন জীৱনতো ব্যৱহাৰ কৰা চীনা সামগ্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ আৰু সৰ্বাত্মক ৰূপত বৰ্জন কৰিবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ অসম নামৰ সংগঠনটোৱে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই কয় যে ‘যি সকল ভাৰতীয় বা অসমীয়াই নিজৰ জন্মভূমিক ভাল পায়, তেনে লোকে চীনৰ দৰে এখন ভাৰতৰ তথা অসমৰ চিৰ শত্ৰু দেশৰ সামগ্ৰী ক্ৰয় কৰি শত্ৰু ৰাষ্ট্ৰখনক আৰ্থিকভাৱে লাভৱাম্বিত কৰিব নোৱাৰে।‘

তাৰোপৰি সকলো অসমীয়াকে আহ্বান জনায় তেওঁ কয়, ‘ভাৰতৰ সীমাত প্ৰচণ্ড শীতত আৰু অসহনীয় গৰমতো অতন্দ্ৰ প্ৰহৰী হিচাপে সুৰক্ষা দি থকা জোৱান সকলক কোনোবাই যদি কিঞ্চিৎ মানো ভালপাই বা তেন্তে সকলো চীনা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক। কাৰণ যি পাকিস্তানৰ বোমা আৰু গুলীয়ে ভাৰতৰ বুকু বিদাৰিছে সেই পাকিস্তানক বোমা বা বন্দুক যোগান ধৰে চীনে।‘

‘আমাৰ পৰা হোৱা লাভৰ ধনেৰে আমাৰ দেশৰ জোৱানক হত্যা কৰা লগতে দেশৰ অনিষ্ট সাধন কৰা চীনৰ সামগ্ৰী আমি কিয় বৰ্জন নকৰিম’ বুলিও সভাপতি বৈশ্যই সংবাদমেলত মন্তব্য কৰে।

‘যি খন দেশে একমাত্ৰ ভাৰতৰ শক্ৰ বাবেই হাফিজ চৈয়দক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাত বাধা প্ৰদান কৰিছে, যিখন দেশে পাকিস্তানক ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে উচতাই থকাৰ লগতে প্ৰত্যক্ষভাৱে সহায় কৰি আছে। ইমানৰ পাছতো সেইখন দেশৰ সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰাৰ কি যুক্তি হ’ব পাৰে’ বুলিও বৈশ্যই প্ৰশ্ন উত্থাপন কৰে।

Recent News

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd