• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিহাৰ জেইলত শুবলৈ গাৰু আৰু বহিবলৈ চকী পোৱা নাই চিদাম্বৰমে; বাঢ়িছে কঁকালৰ বিষ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2019 7:59 am
P_Chidambaram-042406-RSS-04_0-770x433 45

প্ৰাক্তন কেন্দ্ৰী গৃহ মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পি চিদাম্বৰম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ শীৰ্ষ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী পি চিদাম্বৰমে তিহাৰ জেইলত শুবলৈ গাৰু আৰু বহিবলৈ চকী পোৱা নাই।

বিগত ১৪ দিন তিহাৰ জেইলত কটোৱাৰ পাছত বৃহস্পতিবাৰে পি চিদাম্বৰম আদালতত হাজিৰ কৰোৱা হয়।

Apply Now

ইয়াতেই তেওঁৰ অধিবক্তাই নেতাগৰাকীয়ে জেইলত পোৱা অসুবিধাৰ তালিকাখন আদালতক দাখিল কৰে।

চিদাম্বৰমৰ ফালৰ পৰা আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে কয় যে জেইলত চিদাম্বৰক গাৰুও দিয়া হোৱা নাই আৰু চকীও দিয়া নাই। ইয়াৰ বাবে তেওঁ মাটিত বহিবলগীয়া হৈছে।

চিব্বালেকয় যে তিহাৰ জেইলত তেওঁক বিচনাতো দিয়া হৈছে, কিন্তু গাৰু দিয়া হোৱা নাই। কংগ্ৰেছ নেতা চিব্বালে প্ৰশ্ন কৰে যে গোটেই দিনটো কেনেকৈ বিচনাত বহি থাকিব পাৰে?

অধিবক্তাগৰাকীয়ে আদালতক কয় যে গোটেই দিন বিচনাত বহি থকাৰ বাবে চিদাম্বৰমৰ কঁকালৰ বিষ বৃদ্ধি পাইছে। তেওঁৰ পেটতো বিষ হৈছে।

কপিল চিব্বালৰ সৈতে অধিবক্তা অভিষেক মনু সিংভীয়েও  চিদাম্বৰমৰ মেডিকেল চেকআপ কৰোৱাৰ বাবে আদালতত আবেদন জনায়।

আনহাতে, চিবিআইৰ ফালৰ পৰা উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চিদাম্বৰমক গাৰু আৰু চকী নিদিয়া সম্পৰ্কে তেওঁ অৱগত নহয়। জেইলৰ যি নিয়ম সেয়া পালন কৰা হৈছে।

মেহতাই লগতে কয় যে চিদাম্বৰমৰ অধিবক্তাই গোচৰটো চাঞ্ল্যকৰ কৰি তুলিবলৈ চেষ্টা কৰিছে। যদি চিদাম্বৰমৰ কিবা বস্তুৰ প্ৰয়োজন আছে, তেতিয়াহ’লে তিহাৰ জেইল প্ৰশাসনক জনাব পাৰিলেহেঁতেন।

চিদাম্বৰমে তেনেকুৱা একো  কোৱা নাই বুলি উল্লেখ কৰি মেহতাই আদালত এইবোৰ কৈ চিদাম্বৰমে সহানুভুতি ল’ব বিচাৰিছে বুলি কয়।

আনহাতে, আদালতে চিদাম্বৰমৰ স্বাস্থ্য পৰীক্ষা এইমছ, ছফদৰজং বা আৰ এম এল হাস্পাতলত কৰিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি, তিহাৰ জেইলৰ অধীক্ষকক জেইলৰ নিয়ম অনুসৰি চিদাম্বৰক গাৰু আৰু চকী দিয়াৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰে পি চিদাম্বৰমক ১৪ দিনৰ ন্যায়িক জিম্মা সমাপ্ত হোৱাৰ পাছত ৰাওজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে তেওঁ ১৪ দিন চিবিআইৰ জিম্মাতো কটাইছিল।

বৃহস্পতিবাৰে শুনানিৰ পাছত আদালতে চিদাম্বৰক অহা ৩ অক্টোবৰ পৰ্যন্ত পুনৰ জেইললৈ প্ৰেৰণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd