• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জি এছ টি হ্ৰাস; পূৰ্বতকৈ হ্ৰাস পাব হোটেলৰ কোঠাৰ ভাৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2019 8:32 pm
Hotel room

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

750
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে জি এছ টি কাউঞ্চিলৰ বৈঠকত হোটেলৰ ভাৰাৰ ক্ষেত্ৰত জি এছ টিৰ পৰিমাণ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

হোটেলৰ ভাৰাৰ ক্ষেত্ৰত জি এছ টিৰ পৰিমাণ হ্ৰাস কৰাৰ পাছত এতিয়া জনসাধাৰণৰ বাবে কম দামতে হোটেলৰ কোঠা উপলব্ধ হ’ব।

পূৰ্বে ৭৫০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ১৮ শতাংশ জি এছ টি আদায় দিব লাগিছিল আৰু ৭,৫০০ টকাতকৈ অধিক মূল্যৰ হোটেলৰ কোঠাত ২৮ শতাংশ জি এছ টি আদায় দিব লাগিছিল।

জি এছ টি কাউঞ্চিলৰ বৈঠকৰ পাছত ৭,৫০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ৬ শতাংশ আৰু ৭,৫০০ টকাতকৈ অধিক মূল্যৰ হোটেলৰ কোঠাত ১০ শতাংশ জি এছ টি হ্ৰাস কৰা হয়।

গোৱাত অনুষ্ঠিত হোৱা জি এছ টি কাউঞ্চিলৰ ৩৭ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি বৈঠকত অটোমোবাইল, বিস্কুট আদি সামগ্ৰীৰ ক্ষেত্ৰতো জি এছ টিৰ সালসলনি দিশত পৰ্যালোচনা কৰা হয়।

বৈঠকত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘৰুৱা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।

দেশত কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ পাছতে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ লগতে স্বদেশী কোম্পানী সমূহৰ বিনিয়োগ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

Recent News

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd