• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন; ৰিপুন বৰাৰ স্থানত কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2019 8:29 am
Assam Govt. has failed in tackling coronavirus: Congress
9k
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা ৰিপুন বৰাক অপসাৰণৰ বাবে সাজু হৈছে কংগ্ৰেছ হাই কামাণ্ড।

বিধানসভাৰ উপনিৰ্বাচনৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নতুন সভাপতি নিযুক্তি দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

আনহাতে, অসম প্ৰদেশ কমিটিৰ সাধাৰণ সম্পাদক ভূপেন বৰা, লোক সভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ নাম ইতিমধ্যে সভাপতি পদৰ বাবে দলৰ ভিতৰচৰাত উচ্চাৰিত হোৱা বুলি জানিব পৰা গৈছে।

কিন্তু দলৰ ভিতৰ চৰাৰ ৰাজনীতি আৰু বিভিন্ন পক্ষৰ চাপৰ বাবে সভাপতি নিৰ্বাচনৰ পথ ভবা ধৰণে সহজ নহ’ব বুলি অনুমান কৰা গৈছে।

জানিব পৰা মতে, কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু সঞ্জয় সিঙে বিজেপিত যোগদান কৰাক লৈ কংগ্ৰেছ হাই কামাণ্ড অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলৰ ওপৰত অসন্তুষ্ট।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীয়ে দলৰ নেতা সকলক ঐক্যমতেৰে জনসাধাৰণক সম্বোধন কৰিবলৈ দিয়া নিৰ্দেশৰ পাছতো বিভিন্ন জনে বিভিন্ন মত দাঙি ধৰাক লৈ কংগ্ৰেছ হাইকামাণ্ড সন্তুষ্ট নহয়।

দলৰ ভিতৰচৰাৰ পৰা লাভ কৰা খবৰ অনুসৰি বৰ্তমানৰ সভাপতি ৰিপুন বৰাক ৰাহুল গান্ধীৰ ফৈদে সমৰ্থন কৰাৰ বিপৰীতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আহমদ পেটেলৰ পচন্দ প্ৰদ্যুত বৰদলৈ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মতামত গুৰুত্বপূৰ্ণ হ’ব।

ইতিমধ্যে সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি অসম কংগ্ৰেছৰ বিভিন্ন নেতাই দিল্লীত কুচকাৱাজ আৰাম্ভ কৰিছে।

প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ দ্বিজেন শৰ্মাৰ নেতৃত্বত এটা দলে নতুন দিল্লীত কংগ্ৰেছ সভাপতিৰ সাক্ষাৎ লাভৰ বাবে বাহৰ পাতি আছে।

তদুপৰি, চাহ জনগোষ্ঠীৰ কেইগৰাকীমান বিধায়কে দেৱব্ৰত শইকীয়াক সভাপতি হিচাপে বিচাৰি অতিশীঘ্ৰে নতুন দিল্লীলৈ ৰাওনা হ’ব বুলি খবৰ লাভ কৰা গৈছে।

 

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd