• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ; ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী

জ্যেষ্ঠ লোকৰে যৌন সম্পৰ্ক কৰিলে ছাত্ৰীগৰাকীৰ বেমাৰ ভাল হ'ব বুলি কৈছিল খুড়াকে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2019 2:29 pm
index2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুক্তভোগী ছাত্ৰীৰ খুড়াক আৰু জেঠপেহাকক গ্ৰেপ্তাৰৰ পাছতে ঘটনাৰ অভিযোগকাৰী জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ সাক্ষ্য গ্ৰহণ কৰিছে পানবজাৰ আৰক্ষীয়ে।

পানবজাৰ সমূহ মহিলা আৰক্ষী থানাত আজি উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰে সাংবাদিক শৰ্মাই।

Apply Now

সাক্ষ্য প্ৰদান কৰি উঠি সংবাদ মাধ্যমৰ আগত শৰ্মাই ছাত্ৰী গৰাকীৰ আত্মীয়ৰ বিৰুদ্ধে আনে বহু ভয়ংকৰ অভিযোগ উত্থাপন কৰে।

শৰ্মাই কৰা অভিযোগ অনুসৰি পানবজাৰ গাৰ্লছৰ আত্মীয়ৰ দ্বাৰা ধৰ্ষিতা ছাত্ৰী গৰাকীৰ পিতৃক পিতৃগৰাকীৰ খুড়াকে বাঁহেৰে কোবাই হত্যা কৰিছিল বহু বছৰ পূৰ্বেই। পিতৃৰ খুড়াক আছিল এজন সেনা বিষয়া। তেওঁৰ জেইল হ’ল নে নাই সেই কথা অৱশ্যে জনা নাযায়।

ছাত্ৰী গৰাকীৰ মাতৃয়ে গৌতম শৰ্মাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই তথ্য প্ৰকাশ কৰিছে।

পিতৃৰ বিয়োগৰ পিছত মাতৃৰ বিয়া হৈছিল অন্য এগৰাকী পুৰুষৰ লগত। নিৰ্যাতিতা ছাত্ৰী গৰাকীও মাকৰ লগতেই আছিল।

পৰৱৰ্তী সময়ত খুড়াক আৰু জেঠায়েকে বিভিন্ন চলেৰে ছাত্ৰী গৰাকীক লৈ আনিবলৈ চেষ্টা কৰিছিল যদিও ছাত্ৰী গৰাকীৰ দ্বিতীয় পিতৃ আৰু মাতৃয়ে  ছাত্ৰী গৰাকীক গতাই দিবলৈ সন্মত হোৱা নাছিল।

পৰৱৰ্তী সময়ত গুৱাহাটীলৈ ফুৰিবলৈ আহোঁতে চলেৰে ছাত্ৰী গৰাকীক খুড়াকে ৰাখি থৈছিল।

শৰ্মাৰ অভিযোগ “ছোৱালী জনীক পিতৃ-মাতৃয়ে নিজে adopt কৰা নাছিল। বন্তি সন্দিকৈ, তেওঁৰ স্বামী আৰু খুড়াক থানেশ্বৰ সন্দিকৈয়ে দায়িত্ব লৈ ছোৱালীজনীক গুৱাহাটীত ৰখাইছিল।

ইয়াৰ পাছত ছাত্ৰী গৰাকীৰ উপাধি সলাই ডেকা কৰিছিল জেঠায়েক বন্তি সন্দিকৈয়ে।

বিদ্যালয়ত ছাত্ৰী গৰাকীৰ মাতৃৰ নাম বা অভিভাৱক হিচাপে দিয়া আছিল জেঠায়েকৰ নাম।

“কিছু দিন পাছত ছাত্ৰীগৰাকীৰ জেঠপেহাকে যৌন নিৰ্যাতন চলোৱা আৰম্ভ কৰিলে। তাৰ পাছতে ছাত্ৰীগৰাকীৰ জেঠপেহাকৰ পুত্ৰই যৌন নিৰ্যাতন আৰম্ভ কৰিলে। পুতেকজন নিৰ্যাতিত ছোৱালীতকৈ এবছৰ সৰু,”-শৰ্মাই কয়।

শৰ্মাই অসহনীয় পৰিস্থিতিটোৰ বর্ণনা কৰি কয়, “খুড়াকৰ ঘৰত থাকিলে খুড়াকে যৌন নিৰ্যাতন চলায়, জেঠায়েকৰ ঘৰত থাকিলে তেওঁৰ পুত্ৰই যৌন নিৰ্যাতন চলায়।‘’

সাংবাদিক শৰ্মাই আন এক ভয়ংকৰ তথ্য দাঙি ধৰি কয়, “ছোৱালী জনীৰ এটা বেমাৰ আছিল, খুড়াকে ছোৱালীজনীক কৈছিল যৌন সম্পৰ্ক কৰিলে বেমাৰটো ভাল হৈ যাব। বয়সত ডাঙৰ হ’লে আৰু ঘৰৰ মানুহ হ’লে বেছি ভাল হয়। নিজৰ ভতিজীক ধৰ্ষণ কৰি বেমাৰ ভাল কৰি দিম বুলি কোৱা ঘটনা প্ৰথম দেখিছো।”

ইপিনে মেট্ৰিক পাছ কৰি ছাত্ৰী গৰাকীয়ে মাকৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু মাকৰ পৰিয়ালৰ অৱস্থা শোচনীয় হোৱা বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত মাকৰ লগত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাই গৌতম শৰ্মাই কয়, “আইনৰ যিসমূহ সুৰুঙা আছে গোটেইবোৰ বন্ধ কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ হোৱাটো বিচাৰিছো। ছোৱালীগৰাকীয়ে উত্থাপন কৰা ভয়ংকৰ অভিযোগবোৰৰ সোনকালে উচ্চ পৰ্যায়ৰ আৰু খৰতকীয়া তদন্ত হ’ব লাগে। দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগে।”

তদুপৰি, কালি গ্ৰেপ্তাৰ হোৱা খুড়াক থানেশ্বৰ সন্দিকৈ চতুৰ্থ অসম বেটেলিয়ানত কৰ্মৰত তথা শীৰ্ষ বহু আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ সৈতে তেওঁৰ এক সু-সম্পৰ্ক আছে।

উল্লেখযোগ্য যে, অভিযুক্ত দেৱশীষ ডেকা (minor) এতিয়াও পলাতক। ইতিমধ্যে ভুক্তভোগীৰ জেঠপেহাক হীৰুপ্ৰসাদ ডেকা আৰু খুড়াক থানেশ্বৰ সন্দিকৈ পানবজাৰ আৰক্ষীৰ জালত পৰিছে।

জেঠায়েক বন্তি সন্দিকৈ হৈছে চতুৰ্থ অসম বেটেলিয়নৰ কনিষ্টবল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd