• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এআইয়ুডিএফৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু কংগ্ৰেছ : ভূমিধৰ বৰ্মন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2019 9:07 pm
6-13-1140x570

ডাঃ ভূমিধৰ বৰ্মন। ফাইল ফটো

755
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মনে সোমবাৰে কয় যে তেওঁলোকে আসন্ন উপ নিৰ্বাচনত এআইয়ুডিএফৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু হৈছে।

‘’ৰাজ্যখনত ভোটৰ হাৰ বৃদ্ধি কৰিবলৈ কংগ্ৰেছে আঞ্চলিক দলৰ সৈতে এক মিত্ৰতাত আৱদ্ধ হোৱাৰ প্ৰয়োজনীয়তা আছে,’’-বৰ্মনে কয়।

‘’বিজেপিয়ে সেইটো কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া এয়া আন দলবোৰৰ ওপৰতো নিৰ্ভৰ কৰিছে,’’-তেওঁ কয়।

‘’এইটো চূড়ান্ত কৰাটো বৰ্তমান দুয়োটা দলৰে জ্যেষ্ঠ নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিছে,’’-তেওঁ লগতে কয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতি লক্ষ্য কৰি প্ৰসিদ্ধ নেতাগৰাকীয়ে কয়,’’তেওঁ সক্ৰিয় কিন্তু সহযোগিতামূলক নহয়।‘’

‘’শীৰ্ষ নেতাৰ পৰা তৃণমূল পৰ্যায়লৈকে মানসিকতা পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে,’’-তেওঁ কয়।

চিকিৎসক-ৰাজনীতিবিদ গৰাকীয়ে লগতে কয়, ‘’দলত বহু অনাকাংক্ষিত নেতাই শীৰ্ষ পদবী অধিকাৰ কৰি আছে।’’

অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’ব আৰু অহা ২৪ অক্টোবৰত ফলাফল ঘোষণা কৰা হ’ব।

Recent News

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

ৰাখাইন, শাসনব্যৱস্থাৰ পৰিৱৰ্তন আৰু আঞ্চলিক স্থিৰতা: এক ভূ-ৰাজনৈতিক বিশ্লেষণ

ৰাখাইন, শাসনব্যৱস্থাৰ পৰিৱৰ্তন আৰু আঞ্চলিক স্থিৰতা: এক ভূ-ৰাজনৈতিক বিশ্লেষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd