• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

লেফটেনেন্ট কৰ্ণেল পদত অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা সেনা বিষয়া পোনুং ডোমিং

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 11:19 am
ফটো: টুইটাৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোনুং ডোমিং সেনাৰ লেফটেনেন্ট কৰ্ণেল পদত অধিষ্ঠিত হোৱা অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।

ডোমিঙৰ এই ঐতিহাসিক কৃতিত্বৰ বাবে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰি তেওঁক অভিনন্দন জনাইছে। লগতে তেওঁৰ ফটোও শ্বেয়াৰ কৰিছে।

Apply Now

ভাৰতীয় সেনাৰ লেফটেনেন্ট কৰ্ণেল পদ লাভ কৰা তেওঁ হৈছে অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা সেনা বিষয়া।

A proud moment for all of us…

Major #PonungDoming creates history. She is first woman Army officer from #Arunachal to be elevated to the rank of Lieutenant Colonel in the #IndianArmy.

Hearty congratulations and best wishes! @adgpi pic.twitter.com/O33LbNWTsL

— Pema Khandu (@PemaKhanduBJP) September 23, 2019

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে টুইটত কয়,’’আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত। মেজৰ পোনুং ডোমিঙে ইতিহাস ৰচিলে। তেওঁ অৰুণাচল প্ৰদেশৰ পৰা ভাৰতীয় সেনাত  লেফটেনেন্ট কৰ্ণেল পদ পৰ্যন্ত লাভ কৰা প্ৰথম গৰাকী মহিলা সেনা বিষয়া।‘’

মহিলাক সশস্ত্ৰ বাহিনীত কেৱল বিষয়াৰ পদতহে ভৰ্তি কৰোৱা হয়। চৰকাৰৰ ফালৰ পৰা যোৱা বছৰ সংসদত দিয়া তথ্য অনুসৰি সেনাত মাত্ৰ ৩.৮০ শতাংশহে মহিলা বিষয়া আছে।

কেন্দ্ৰীয় চৰকাৰে লোকসভাত এক লিখিত উত্তৰত জানিব দিছিল যে ভাৰতীয় নৌসেনাত মহিলাৰ বি,য়াৰ সংখ্যা ছয় শতাংশ আৰু ভাৰতীয় বায়ুসেনাত মহিলাৰ বিষয়া ১৩.০৯ শতাংশ আছে।

অৰুণাচল প্ৰদেশৰ পোনুং ডোমিং  পূব ছিয়াং জিলাৰ পাছিঘাটৰ জিটিচিৰ বাসিন্দা। তেওঁ পৰিয়ালৰ চাৰিগৰাকী ভাই-ভনীৰ ভিতৰত সকলোতকৈ ডাঙৰ।

চৰকাৰী বিদ্যালয়ত পঢ়াশুনা কৰা ডোমিঙে সৰুৰে পৰাই সেনা বিষয়া হোৱাৰ সপোন দেখিছিল।

Now this is a real empowered and daring woman!

Major #PonungDoming creates history. She is first woman Army officer from #Arunachal to be elevated to the rank of Lieutenant Colonel in the #IndianArmy.

Hearty congratulations and best wishes! pic.twitter.com/duvB3MRonA

— Ajit Doval (@AjitKDoval_NSA) September 23, 2019

সোমবাৰে পোনুং ডোমিঙৰ এই কৃতিত্বৰ কথা টুইটাৰ যোগে জানিব দি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয়,’’এতিয়া এয়া এক প্ৰকৃত সবলীকৰণ আৰু বীৰাংগনা মহিলা!’’

‘’মেজৰ পোনুং ডোমিঙে ইতিহাস সৃষ্টি কৰিলে। ভাৰতীয় সেনাত লেফটেনেন্ট কৰ্ণেল পদলৈ উন্নীত হোৱা অৰুণাচলৰ তেওঁ প্ৰথমগৰাকী মহিলা সোনা বিষয়া,’’-তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd