DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

লেফটেনেন্ট কৰ্ণেল পদত অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা সেনা বিষয়া পোনুং ডোমিং

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 11:19 am
ফটো: টুইটাৰ
10.3k
VIEWS
Share on FacebookShare on Twitter

পোনুং ডোমিং সেনাৰ লেফটেনেন্ট কৰ্ণেল পদত অধিষ্ঠিত হোৱা অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।

ডোমিঙৰ এই ঐতিহাসিক কৃতিত্বৰ বাবে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰি তেওঁক অভিনন্দন জনাইছে। লগতে তেওঁৰ ফটোও শ্বেয়াৰ কৰিছে।

ভাৰতীয় সেনাৰ লেফটেনেন্ট কৰ্ণেল পদ লাভ কৰা তেওঁ হৈছে অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা সেনা বিষয়া।

A proud moment for all of us…

Major #PonungDoming creates history. She is first woman Army officer from #Arunachal to be elevated to the rank of Lieutenant Colonel in the #IndianArmy.

Hearty congratulations and best wishes! @adgpi pic.twitter.com/O33LbNWTsL

— Pema Khandu (@PemaKhanduBJP) September 23, 2019

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে টুইটত কয়,’’আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত। মেজৰ পোনুং ডোমিঙে ইতিহাস ৰচিলে। তেওঁ অৰুণাচল প্ৰদেশৰ পৰা ভাৰতীয় সেনাত  লেফটেনেন্ট কৰ্ণেল পদ পৰ্যন্ত লাভ কৰা প্ৰথম গৰাকী মহিলা সেনা বিষয়া।‘’

মহিলাক সশস্ত্ৰ বাহিনীত কেৱল বিষয়াৰ পদতহে ভৰ্তি কৰোৱা হয়। চৰকাৰৰ ফালৰ পৰা যোৱা বছৰ সংসদত দিয়া তথ্য অনুসৰি সেনাত মাত্ৰ ৩.৮০ শতাংশহে মহিলা বিষয়া আছে।

কেন্দ্ৰীয় চৰকাৰে লোকসভাত এক লিখিত উত্তৰত জানিব দিছিল যে ভাৰতীয় নৌসেনাত মহিলাৰ বি,য়াৰ সংখ্যা ছয় শতাংশ আৰু ভাৰতীয় বায়ুসেনাত মহিলাৰ বিষয়া ১৩.০৯ শতাংশ আছে।

অৰুণাচল প্ৰদেশৰ পোনুং ডোমিং  পূব ছিয়াং জিলাৰ পাছিঘাটৰ জিটিচিৰ বাসিন্দা। তেওঁ পৰিয়ালৰ চাৰিগৰাকী ভাই-ভনীৰ ভিতৰত সকলোতকৈ ডাঙৰ।

চৰকাৰী বিদ্যালয়ত পঢ়াশুনা কৰা ডোমিঙে সৰুৰে পৰাই সেনা বিষয়া হোৱাৰ সপোন দেখিছিল।

Now this is a real empowered and daring woman!

Major #PonungDoming creates history. She is first woman Army officer from #Arunachal to be elevated to the rank of Lieutenant Colonel in the #IndianArmy.

Hearty congratulations and best wishes! pic.twitter.com/duvB3MRonA

— Ajit Doval (@AjitKDoval_NSA) September 23, 2019

সোমবাৰে পোনুং ডোমিঙৰ এই কৃতিত্বৰ কথা টুইটাৰ যোগে জানিব দি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয়,’’এতিয়া এয়া এক প্ৰকৃত সবলীকৰণ আৰু বীৰাংগনা মহিলা!’’

‘’মেজৰ পোনুং ডোমিঙে ইতিহাস সৃষ্টি কৰিলে। ভাৰতীয় সেনাত লেফটেনেন্ট কৰ্ণেল পদলৈ উন্নীত হোৱা অৰুণাচলৰ তেওঁ প্ৰথমগৰাকী মহিলা সোনা বিষয়া,’’-তেওঁ কয়।

Recent News

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd