• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত বাংলাদেশৰ প্ৰধান মন্ত্ৰীকে ধৰি ভালেকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মহাত্মা গান্ধীলৈ শ্ৰদ্ধা অৰ্পন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2019 4:07 pm
Mahatma Gandhi UNHQ

ৰাষ্ট্ৰসংঘত শ্বেইখ হাছিনা

351
VIEWS
Share on FacebookShare on Twitter

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী বৰ্ষ উপলক্ষে বুধবাৰে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত কৰা এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনা, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইন আৰু ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধান এণ্টানিঅ’ গুটেৰেজে মহা মানৱ গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে।

অনুষ্ঠানত, জামাইকাকে ধৰি আন বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান সকলে অংশ লৈ গান্ধীজীৰ আদৰ্শৰ ওপৰত আলোকপাত কৰে।

‘গান্ধীজীৰ প্ৰাসংগিকতা’ শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰি কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইনে দক্ষিণ কোৰিয়াত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদায় মহাত্মা গান্ধীক তেওঁলোকৰ দেশত শান্তিৰ মহান শিক্ষক হিচাপে গণ্য কৰি অহা হৈছে বুলি উল্লেখ কৰে।

আনহাতে, বাংলাদেশী প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাই অনুষ্ঠানত ভাষণ প্ৰদান কৰি শান্তি আৰু একতাৰ বাবে মহাত্মা গান্ধীক এগৰাকী বিশ্ব নেতা হিচাপে অভিহিত কৰে।

বাংলাদেশে মহাত্মা গান্ধীৰ আদৰ্শ আগত ৰাখিয়ে অহিংস নীতিৰে স্বাধীনতাৰ পথত আগবাঢ়িছিল বুলিও তেওঁ কয়।

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানে পাকিস্তানী একনায়কত্ববাদৰ পৰা শান্তি প্ৰিয় বঙালী সকলক মুক্তি দিয়াৰ অৰ্থে আৰম্ভ কৰা আন্দোলনৰ অনুপ্ৰেৰণাও মহাত্মা গান্ধীৰ জীৱন দৰ্শনৰ পৰাই লাভ কৰিছিল বুলি হাছিনাই মত প্ৰকাশ কৰে।

তদুপৰি, বাংলাদেশত এতিয়াও ১৯৪৬ চনতে স্থাপন হোৱা গান্ধী আশ্ৰমত মহাত্মা গান্ধীৰ জীৱন দৰ্শনৰ চৰ্চা কৰা বুলি উল্লেখ কৰি হাছিনাই ৰাষ্ট্ৰসংঘত ভাৰতৰ এনে উদ্যোগৰ বাবে প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভালেকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত ভাৰতৰ তৰফৰ পৰা স্থাপন কৰা সৌৰ শক্তি প্ৰকল্প মুকলি কৰে।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd