• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত কঠোৰ যান-বাহন আৰক্ষী; হেলমেট নিপিন্ধা বাবে জব্দ হ’ল স্বয়ং আৰক্ষী বিষয়াৰ দুচকীয়া বাহন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2019 10:26 am
Assam trafic police

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

44.1k
VIEWS
Share on FacebookShare on Twitter

দেশৰ লগতে অসমতো পূৰ্ণ পৰ্যায়ত ৰূপায়িত হৈছে যান-বাহন(সংশোধনী)আইন ২০১৯।

বুধবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত জিলা পৰিবহন বিভাগৰ কেইবাটাও দলে নথি-পত্ৰ নথকা বাহন আৰু চালকৰ ওপৰত অভিযান চলায়।

জিলা পৰিবহন বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত  নিয়ন ভংগকাৰী সাধাৰণ লোকৰ লগতে আৰক্ষী বিষয়াও সাৰি যাব নোৱাৰিলে।

পৰিবহন বিভাগৰ সূত্ৰই জানিব দিয়া মতে, বুধবাৰে পুলিচ ৰিজাৰ্ভৰ এগৰাকী আৰক্ষী বিষয়াই হেলেট নিপিন্ধাকৈ দুচকীয়া বাহন চলাই আহিছিল যাৰ বাবে পৰিবহন বিষয়াই আৰক্ষী বিষয়া গৰাকীয়ে চলাই অহা দুচকীয়া বাহনখন জব্দ কৰে।

আনহাতে, ঘটনা সন্দৰ্ভত দায়িত্বত থকা পৰিবহন বিষয়া এগৰাকীয়ে আৰক্ষীয়ে যদি নিয়ম উলংঘা কৰে তেন্তে সাধাৰণ লোকক তেওঁলোকে কি উত্তৰ দিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বুধবাৰে পৰিবহন বিভাগে চলোৱা অভিযানত ২০ টাৰো অধিক যান-বাহন আইন উলংঘা কৰাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে।

নতুন কৈ সংশোধিত যান-বাহন আইন অনুসৰি হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱা, চাৰিচকীয়া বাহন চলোৱাৰ সময়ত চীট বেল্ট পৰিধান নকৰা, প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নথকা, গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নথকা আদিৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণত জৰিমনা বিহা হৈছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd