• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল : কংগ্ৰেছৰ দিনতো অখিলে প্ৰতিবাদ কৰিছিল

এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী: by এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী:
November 19, 2017 11:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নতুন দিল্লীত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বহুকেইটা বিষয়ত নিজৰ মত আগ বঢ়ায়। শেহতীয়াকৈ চৰ্চিত দিল্লীৰ এখন সভাত মাদানীৰ মন্তব্য সম্পৰ্কত তেওঁ কয়, ‘মাদানীৰ সাম্প্ৰদায়িক মন্তব্য নিন্দনীয়। মাদানীয়ে কিয় সাম্প্ৰদায়িক মন্তৱ্য আগবঢ়ালে সেই বিষয়ে মই অৱগত নহয়। কিন্তু সেই বুলি সভাত আমন্ত্ৰণ ক্ৰমে উপস্থিত থকাসকলক জেৰা কৰাটো সমৰ্থন নকৰো।’ আনহাতে অবৈধ বাংলাদেশী সন্দৰ্ভত তেওঁ কয়, ‘অসমত বাংলাদেশী নাই বুলি মই কোৱা নাই। বাংলাদেশী সমস্যা সমাধানৰ বাবেই এন. আৰ. চিৰ কাম আৰম্ভ কৰিছিলো।’ অখিল গগৈৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ সন্দৰ্ভত মত ব্যক্ত কৰি কয়, ‘কংগ্ৰেছৰ দিনতো অখিলে প্ৰতিবাদ কৰিছিল, কিন্তু NSA ৰ অধীনত গ্ৰেপ্তাৰ কৰাটো মানি ল’ব নোৱাৰি।’ প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নগাক হত্যা কৰিম বুলি কোৱা সকলক সোধা-পোছা কৰিবলৈও আহ্বান জনায়। শিলাদিত্যক সোধা-পোছা নকৰে কিয় বুলিও তেওঁ চৰকাৰক প্ৰশ্ন কৰে।

এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী:

এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী:

Stay Connected

  • 117k Fans

Recent News

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

September 6, 2025 10:07 am
এতিয়াৰে পৰা আৰু গৰকিব নালাগে কাৰ্যালয় : দেশজুৰি প্ৰৱৰ্ত্তন হ’ল অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা :

এতিয়াৰে পৰা আৰু গৰকিব নালাগে কাৰ্যালয় : দেশজুৰি প্ৰৱৰ্ত্তন হ’ল অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা :

September 6, 2025 10:05 am
ছত্তীশগড়ত স্বাস্থ্য সেৱাত বৃহৎ সংকট; ২৫ কৰ্মীক বৰ্খাস্তৰ প্ৰতিবাদত ১৪ হাজাৰ কৰ্মীৰ পদত্যাগ

ছত্তীশগড়ত স্বাস্থ্য সেৱাত বৃহৎ সংকট; ২৫ কৰ্মীক বৰ্খাস্তৰ প্ৰতিবাদত ১৪ হাজাৰ কৰ্মীৰ পদত্যাগ

September 6, 2025 8:48 am
অচিনাকি মানুহে স্পৰ্শ কৰিব নোৱাৰে; তালিবানী আইনৰ বাবে মৃত্যুমুখত ভূমিকম্পত আহত কেইবাশ মহিলা

অচিনাকি মানুহে স্পৰ্শ কৰিব নোৱাৰে; তালিবানী আইনৰ বাবে মৃত্যুমুখত ভূমিকম্পত আহত কেইবাশ মহিলা

September 6, 2025 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

September 6, 2025 10:07 am
এতিয়াৰে পৰা আৰু গৰকিব নালাগে কাৰ্যালয় : দেশজুৰি প্ৰৱৰ্ত্তন হ’ল অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা :

এতিয়াৰে পৰা আৰু গৰকিব নালাগে কাৰ্যালয় : দেশজুৰি প্ৰৱৰ্ত্তন হ’ল অনলাইন ভূমি পঞ্জীয়ন ব্যৱস্থা :

September 6, 2025 10:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd