• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭ নৱেম্বৰৰ ভিতৰত অযোধ্যা বিবাদৰ ৰায় হ’ব এক বিস্ময় : দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2019 8:31 am
t9e8ct9o_chief-justice-ranjan-gogoi-reuters_625x300_06_May_19 45

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদ গোচৰৰ শুনানি অহা ১৮ অক্টোবৰৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনাৰ কথা দোহাৰিছে।

অহা ১৭ নৱেম্বৰত কাৰ্যকাল অন্ত পৰিবলগীয়া মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে স্পষ্ট কৰি দিছে যে ১৮ অক্টোবৰৰ পাছত এটা দিনো যুক্তি তৰ্কৰ বাবে অনুমতি দিয়া নহ’ব। গোচৰটোৰ ৰায় অহা ১৫ নৱেম্বৰৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে।

আদালতৰ অধিবক্তাসকলৰ সৈতে শুনানিৰ সূচী সম্পৰ্কে আলোচনা কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বাকী থকা সময়ছোৱাত ৰায়টো দিবলৈ সক্ষম হোৱাটো হ’ব এটা বিস্ময়।

নিজৰ গোচৰটো আগবঢ়োৱাৰ বাবে ২০ মিনিট সময় বিচৰা এগৰাকী অধিবক্তাক উদ্দেশ্যি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়,’’আজি শুনানিৰ ৩২ সংখ্যক দিন। আপুনি এতিয়া আহি কৈছে আপোনাৰটো শুনিব লাগে। মোৰ শেষ কৰ্মদিনটোলৈকে আমি শুনানিয়েই গ্ৰহণ কৰি থাকিম?’’

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে মুখ্য ন্যায়াধীশগৰাকীৰ অৱসৰৰ পূৰ্বে কেই দশক পুৰণি মন্দিৰ-মছজিদ বিবাদটো নিষ্পত্তি কৰাৰ আশাৰে যোৱা ৬ আগষ্টৰ পৰা গোচৰটোৰ দৈনিক শুনানি গ্ৰহণ কৰি আছে।

চলিত সপ্তাহত আনকি আদালতে শুনানিৰ সময় এঘন্টা বৃদ্ধিও কৰিছে।

বুধবাৰে মুছলমান আবেদনকাৰীৰ প্ৰতিনিধিত্ব কৰা অধিবক্তা মীনাক্ষী আৰোৰাই বিষয়টো সন্দৰ্ভত আৰ্কেয়’লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰতিবেদনত স্বাক্ষৰ নোহোৱাৰ কথা আঙুলিয়াই দি ইয়াৰ যথাযোগ্যতাৰ ওপৰত প্ৰশ্ন তোলে।

পিচে, বৃহস্পতিবাৰে মুছলমান আবেদনকাৰীকে প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানে কয় যে আৰ্কেয়’লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰতিবেদনৰ যথাযোগ্যতাক প্ৰশ্ন কৰিব নোৱাৰি।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে অযোধ্যা বিবাদৰ ৰায় ওলোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd