• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোহন ভাগৱতে অসমলৈ আহি এন আৰ চিৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে : তৰুণ গগৈ

"ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰ এছ এছ দায়ী, কংগ্ৰেছ নহয়"

শান্তনু শইকীয়া by শান্তনু শইকীয়া
October 1, 2019 10:54 am
Tarun Gogoi Press Meet

নিজা চৰকাৰী আৱাসত সংবাদমেল সম্বোধন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। ৩০ ছেপ্টেম্বৰত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোহন ভাগৱত অসমলৈ আহি এন আৰ চিৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে বুলি অভিযোগ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। অসমলৈ মোহন ভাগৱত কিয় আহিব লগা হ’ল বুলিও গগৈয়ে প্ৰশ্ন উৎথাপন কৰে।

গগৈয়ে আজি নিউ মিনিষ্টাৰ কলনিৰ নিজা আৱাসত এখন সংবাদমেল সম্বোধন কৰে।

এন আৰ চিখনক আমি ধৰ্মৰ ভিত্তিত ৰূপায়ণ কৰাটো বিচৰা নাই। মোহন ভাগৱত অসমলৈ আহি মুখ্য মন্ত্ৰীক হিন্দুসকলক ৰক্ষণাবেক্ষণ দিয়াৰ যি আহ্বান জনাইছে, সি যে আমাৰ মাজত বিদ্বেষ ভাব সৃষ্টি কৰিব সেয়া স্পষ্ট। জিন্না আৰু মোহন ভাগৱতৰ আদৰ্শ আমি গ্ৰহণ নকৰোঁ”, হিন্দু-অহিন্দু বিচাৰ কৰিলে শুদ্ধ এন আৰ চি নহ’ব বুলি বিশ্বাস কৰা গগৈৰ মন্তব্য।

“এন আৰ চিখন ’৭১ চন ভিত্তিবৰ্ষ হওঁতেই ইমান দিন লাগিলে ‘৫১ চন হ’লে আৰু কিমান দিন লাগিব তাৰ ঠিক নাই। এখন ৰিভিউ কমিটি গঠন কৰি এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত সুমুৱাব লাগে”, গগৈয়ে কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে বৰ্তমানৰ মুখ্য মন্ত্ৰীজন এন আৰ চিৰ ক্ষেত্ৰত ব্যৰ্থ বুলি দাবী কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে মোহন ভাগৱতক তেওঁৰ পথপ্ৰদৰ্শক বুলি কৰা মন্তব্যত গগৈয়ে প্ৰতিক্ৰিয়া দি কয়, “মুখ্য মন্ত্ৰীৰ পথপ্ৰদৰ্শক হ’ব লাগিছিল শংকৰদেৱ বা আজান ফকীৰ। কিন্তু তেওঁৰ পদপ্ৰদৰ্শক হ’লগৈ মোডী নে অমিত শ্বাহ নে মোহন ভাগৱত। মোহন ভাগৱত পদপ্ৰদৰ্শক হ’লে অসমখন ভাগি চূৰমাৰ হব”।

“গুণানুকীৰ্তন কৰাৰো এটা সীমা আছে, এওঁলোকৰ সীমা নাই”, গগৈৰ কটাক্ষ।

আনহাতে বিজেপি বিধায়ক শিলাদিত্যৰ বিৰুদ্ধেও সৰৱ হৈ গগৈয়ে কয়, “শিলাদিত্যই কৈছে মুছলমান বিষয়াবোৰৰ বাবে এন আৰ চিৰ পৰা হিন্দুৰ নাম বাদ পৰিছে। ইয়াৰ তথ্য-প্ৰমাণ নোহোৱাকৈ তেওঁ কিহৰ ভিত্তিত এনে মন্তব্য কৰিছে। এনে দৰে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কৰা মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰে তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্হা ল’ব লাগে”।

‘যদি তেওঁৰ কিবা তথ্য আছে কোনে কোনে নাম কাটিছে তাৰ তালিকা দিয়ক এনেয়ে ভিত্তিহীন মন্তব্য কৰাৰ উদ্দেশ্য কি’ গগৈয়ে কয়।

গগৈয়ে অসমৰ আইন-শৃংখলাক লৈয়ো সৰৱ হৈ কয়, “বিগত সময়ত অসমৰ আইন-শৃংখলাৰ অৱনতি হৈছে। এতিয়া ইয়াত ৰাউদী অসম হৈছে । চাৰিওফালে অৰাজকতা হৈছে। ইয়াত Advantage Assam হোৱা নাই Disadvantage Assam হে হৈছে। যদি Advantage Assam হৈছে সাংবাদিকসকলক লগত গৈ আমাক দেখুৱাই দিয়ক।”

নুমলীগড় ৰিফাইনেৰিক ব্যক্তিগতকৰণৰ বাতৰি ওলোৱাক লৈ গগৈয়ে কয়, “ব্যক্তিগতকৰণৰ কোনো কাৰণ নাই। এইবোৰ কৰি তেওঁ কি কৰিব বিচাৰিছে? এই ব্যক্তিগতকৰণৰ পৰাই চৰকাৰ যে দেউলীয়া হৈছে গম পোৱা গৈছে”।

”নেহেৰুৰ কাৰণেই কাশ্মীৰ আজি ভাৰতৰ অংশ হৈ আছে” বুলিও দাবী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰ এছ এছ দায়ী, কংগ্ৰেছ নহয়” কাশ্মীৰ সম্পৰ্কত অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত গগৈয়ে কয়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd