• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষি আৰু চিকিৎসালয়ক লৈ ৩ ফেব্ৰুৱাৰিত য়ু কে’-ভাৰতৰ মাজত স্বাক্ষৰিত হ’ব দুখন বুজাবুজি চুক্তি

সুকৃতি গগৈ by সুকৃতি গগৈ
February 2, 2018 11:12 pm
UK-Assam

বৃটিচ উপ উচ্চায়ুক্ত

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়ু কে’ আৰু ভাৰতৰ মাজত ৩ ফেব্ৰুৱাৰিত দুখন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব। বৃটিচ উপ উচ্চায়ুক্ত ব্ৰ্যুচ বাকনেলে শুকুৰবাৰে গুৱাহাটীত এই কথা ঘোষণা কৰে।

৩ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগা দুদিনীয়া বিশ্ব বিনিয়োগকাৰী সন্মিলনলৈ অসম প্ৰস্তুত হোৱাৰ পৰতে বাকনেলে আজি অসমকেন্দ্ৰিক ব্যৱসায়ী প্ৰতিনিধিসকলৰ সৈতে য়ু কে’ত বিভিন্ন খণ্ডত অসমৰ বিনিয়োগ সম্ভাৱনা সম্পৰ্কত অলোচনা কৰে।

Apply Now

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত বাকনেলে কয়, ‘গাহৰি খণ্ডক লৈ কৃষি বিষয়ক প্ৰথম চুক্তিখন স্বাক্ষৰিত হ’ব। দ্বিতীয়তে ভাৰতব্যাপী হ’ব লগা মেডিচিটি নামৰ এক খুব গুৰুত্বপূৰ্ণ প্ৰকল্পৰ প্ৰথম পৰ্য্যায় গঠনৰ বাবে অন্য এখন চুক্তি স্বাক্ষৰিত হ’ব।’

তেওঁ লগতে কয়, ‘মেডিচিটি এক সম্পূৰ্ণ নতুন চিকিৎসা সুবিধা। ই হ’ব ভাৰতৰ ১১ টা স্থানত চিকিৎসালয়ৰ এক ব্যৱস্থা।’

ইণ্ড’-য়ু কে’ চিকিৎসা প্ৰতষ্ঠানৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্য্যবাহী ডঃ অজয় ৰঞ্জন দত্তই এই প্ৰকল্পটোৰ নেতৃত্ব দিব। তেওঁ বহু বছৰ ধৰি য়ু কে’ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাত কাম কৰি আহিছে।

বাকনেলে লগতে মন্তব্য কৰে, ‘অসমত আমি অধিক আৰু উন্নত স্বাস্থ্য সেৱাৰ চাহিদা লক্ষ্য কৰিছো। এই চিকিৎসালয়সমূহ ৰাজহুৱা ব্যক্তিগত যৌথ অংশীদাৰিত্বত পৰিচালিত হ’ব।’

অসম আৰু মেঘালয়ৰ বিভিন্ন খণ্ডৰ প্ৰায় ২৫ টা কোম্পানিয়ে এই ঘূৰণীয়া মেজ মেলত ভাগ লয়।

তেওঁলোকে জৈৱিক খেতি, পশুপালন আদি উদ্যোগত বিনিয়োগৰ আগ্ৰহ প্ৰকাশ কৰিছে।

য়ু কে’ নিবাসী ভাৰতীয় লোকৰ বিপুল সংখ্যাৰ প্ৰতি আঙুলিয়াই এটা কোম্পানিয়ে তাত ব্যৱসায়ত উন্নতিৰ ভৱিষ্যৎ সম্ভাৱনা থাকিব পাৰে বুলি মত দিয়ে।

জীৱিকা আৰ্জনৰ উপায়ৰ পৰা বাণিজ্যিক আৰু স্থানীয়ৰ পৰা ৰাজ্যিক পৰ্য্যায়ৰ উৎপাদনলৈ উন্নীত হোৱাৰ বাবে বাকনেলে আৰ্থিক সেৱাসমূহত বিনিয়োগৰ সম্পৰ্কত জোৰ দিয়ে।

তাৰোপৰি বৃটিচ ব্যৱসায়ে সহযোগী বিচৰা প্ৰস্ংগত গৱেষণা, শিক্ষা আৰু প্ৰযুক্তি আদি খণ্ডত বাকনেলে আগ্ৰহ প্ৰকাশ কৰে।

তেওঁ কয়, ‘ব্যৱসায় এটা দুই দিশীয়া বিষয়। আমি এটা বেপাৰে আন এটা বেপাৰৰ সৈতে কথা পাতিব পৰাকৈ এখন মঞ্চ তৈয়াৰ কৰিব খুজিছো। উদাহৰণস্বৰূপে উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত যুটীয়া উপাধি বা নিউটন-ভাবা ধনৰাশিৰ যোগেদি বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক সহযোগিতা।’

 

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd