• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ লেতেৰা চহৰ শিলচৰ

লেতেৰা চহৰৰ মাজত উত্তৰ-পূর্বাঞ্চল ভিতৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 8:59 am
7-1136x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শিলচৰ চহৰ ভাৰতৰ চহৰ/মহানগৰসমূহৰ ভিতৰত তৃতীয়খন আটাইতকৈ লেতেৰা চহৰ। এইক্ষেত্ৰত দেশৰ ৪২৫খন চহৰৰ ভিতৰত শিলচৰৰ স্থান হৈছে ৪২৩ নম্বৰত।

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চহৰসমূহৰ ভিতৰত আটাইতকৈ লেতেৰা চহৰ হৈছে শিলচৰ।

Apply Now

বুধবাৰে ঘোষণা কৰা স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ ফলাফলত এই কথা প্ৰকাশ পাইছে।

স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ ফলাফল অনুসৰি ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছে ইন্দোৰে। এই ফলাফল অনুসৰি পৰিষ্কাৰ চহৰৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ছত্তীশগড়ৰ অম্বিকাপুৰ আৰু কৰ্ণাটকৰ মাইছোৰ।

অসমৰ ডিব্ৰুগড় চহৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ লেতেৰা চহৰৰ ভিতৰত শিলচৰতকৈ কেইটামান বেছি পইন্ট লাভ কৰি দ্বিতীয় স্থানত আছে।

এইক্ষেত্ৰত চহৰখনে ৪১৫নম্বৰত স্থান লাভ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজধানী চহৰসমূহৰ ভিতৰত গেংটক হৈছে আটাইতকৈ পৰিষ্কাৰ চহৰ আৰু ৰাষ্ট্ৰীয় ভিত্তিত ই ২৭৫ নম্বৰত স্থান লাভ কৰিছে।

গুৱাহাটী (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩০৩) উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পৰিষ্কাৰ চহৰৰ দ্বিতীয় স্থানত আছে। ইয়াৰ পাছতে ইম্ফলে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৪৩) তৃতীয় স্থান আৰু ইটানগৰে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৭৮) চতুৰ্থ স্থান লাভ কৰিছে।

এই ক্ষেত্ৰত নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাই (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৮২) পঞ্চম স্থান লাভ কৰিছে। সেইদৰে ষষ্ঠ স্থানত আগৰতলা (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৮৭), সপ্তম স্থানত শ্বিলং (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৯৪) আৰু আইজলে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৯৮) অষ্টম স্থান লাভ কৰিছে।

স্বচ্ছ সৰ্বেক্ষণ হৈছে দেশজুৰি চহৰ আৰু মহানগৰসমূহৰ পৰিচ্ছন্নতা,স্বাস্থ্যসন্মত ব্যৱস্থা তথা অনাময় ব্যৱস্থাৰ ওপৰত চলোৱা এক বছৰেকীয়া সমীক্ষা।

২০১৯’ৰ ২ অক্টোবৰৰ ভিতৰত ভাৰতক স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ইয়াৰ আৰম্ভ কৰা হৈছিল।

স্বচ্ছ সৰ্বেক্ষণ প্ৰথম ২০১৬ চনত ৭৩খন মহানগৰ, এক মিলিয়নতকৈ অধিক জনসংখ্যা থকা ৫৩খন চহৰ আৰু সকলো ৰাজ্যৰ ৰাজধানী চহৰক সামৰি আৰম্ভ কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd