• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ২৯ খনকৈ চুৰি বাইক জব্দ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 6, 2019 3:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূজাৰ বতৰত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত উঠিছে বাইকৰ উজান। ৰে’লৱে আৰক্ষীয়ে আজি পুৱা প্ৰায় ১১ বজাত এক অভিযান চলাই ৰে’লৱে ষ্টেশ্যনৰ পৰা ২৯ খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জব্দ কৰা বাইকসমূহ  দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল। বাইকসমূহ দিল্লী, উত্তৰ প্ৰদেশ, মণিপুৰ, বিহাৰ, হাৰিয়ানা, ছত্তিশগৰ আৰু ৰাজস্থানত পঞ্জীয়নকৃত।

Apply Now

ৰে’লৱে আৰক্ষীয়ে জনোৱা মতে ট্ৰেইনৰ পৰা নমাই বাইকসমূহ পাৰ্চেল গুদামত ৰাখি থোৱা অৱস্থাত গোপন এক খবৰৰ ভিত্তিত অভিযান চলাই ৰে’লৱে আৰক্ষীয়ে বাইকসমূহ জব্দ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২ অক্টোবৰত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ৰে’লৱে আৰক্ষীয়ে ১৩ খনকৈ চুৰি বুলেট জব্দ কৰিবলৈ সক্ষম হৈছিল। জব্দ কৰা বাইকসমূহৰ গৰাকী এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই ৰেইলৱে আৰক্ষীয়ে।

লগতে পঢ়ক এখন-দুখন নহয়; গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত জব্দ ১৩ খনকৈ চুৰি বুলেট

আনহাতে ২৯ ছেপ্টেম্বৰৰ দিনা তিনিজন ব্যক্তি ক্ৰমে মহম্মদ ৱাহিদূৰ ৰহমান(৩৫), ৱাৰিছ খান(২৩) আৰু মমতাযোৰ ৰহমান(২২)ক ৰে’লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা তিনিজনৰে ঘৰ নতুন দিল্লীৰ থাউৱেল জিলাত।

যোৱা ২৫ চেপ্টেম্বৰৰ পৰা আজিলৈকে মুঠ ৪৫ খন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে ৰেইলৱে আৰক্ষী। অৱশ্যে এই বাইক চুৰি কাণ্ডৰ মাষ্টাৰ মাইণ্ড বৰ্তমানো আৰক্ষীৰ জালত পৰা নাই।

ৱাৰিছ খানৰ জ্যেষ্ঠ ভাতৃ সুৰজ খান এই বাইক চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd