• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্ত অতিক্ৰমি ভাৰতীয় নাগৰিকক আটক কৰিব আহি ভাৰতত আটক হ’ল তিনিগৰাকী বাংলাদেশী সেনা জোৱান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2019 5:21 pm
Bangladeshi-soldiers-nabbed-in-India-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ভূমিত প্ৰবেশ কৰি আটক হ’বলগীয়া হয় তিনিগৰাকী বাংলাদেশী সেনা আৰু দুগৰাকী নাগৰিককে ধৰি মুঠ পাঁচ গৰাকী বাংলাদেশী নাগৰিক।

বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ৰেপিড একশ্যন বেটেলিয়ন (আৰ এ বি)ৰ তিনিগৰাকী জোৱান আৰু দুগৰাকী মহিলাক ভাৰত ভূমিত প্ৰবেশ কৰাত ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ ৰহিমপুৰ গাঁৱৰ বাসিন্দাসকলে আটক কৰি বি এছ এফৰ হাতত গটাই দিয়ে।

Apply Now

শুকুৰবাৰে বি এছ এফৰ তৰফৰ পৰা প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰা হয়।

‘‘আমি পাঁচগৰাকী বাংলাদেশী লোকক জিম্মাত লৈছো আৰু তদন্তত ইয়াৰে ভিতৰত তিনিগৰাকী ১১ আৰ এ বি ইন্টেলিজেঞ্চ ব্ৰাঞ্চৰ জোৱান বুলি জানিব পৰা গৈছে,’’ বি এছ এফে বিবৃতিটোত প্ৰকাশ কৰে।

আবু খাইৰ নামৰ এগৰাকী ভাৰতীয় ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ বাবে তেওঁলোকে ভাৰত ভূমিত প্ৰবেশ কৰা বুলি বি এছ এফে স্পষ্ট কৰে।

বৃহস্পতিবাৰে সন্ধিয়া পাঁচগৰাকী বাংলাদেশী নাগৰিকে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ আহি আবু খাইৰক গ্ৰেপ্তাৰ কৰাৰ বাবে খাইৰৰ ঘৰত  উপস্থিত হয়।

যেতিয়া তেওঁলোকে খাইৰক হাতকেৰেয়া লগাই খাইৰৰ পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰে আৰু চিঞৰ বাখৰ শুনি গাঁৱৰ লোকসকল আহি বাংলাদেশী নাগৰিক কেইগৰাকীক আটক কৰি বি এছ এফৰ হাতত চমজাই দিয়ে।

বাংলাদেশী নাগৰিক কেইগৰাকীৰ পৰা ৭ ৰাউণ্ড গুলী, দুডাল হাতকেৰেয়া, দুখন বাংলাদেশী পৰিচয় পত্ৰ, সাতটা মোবাইল ফোন আৰু ডেৰ লাখ বাংলাদেশী টাকা উদ্ধাৰ কৰা হয় বুলিও প্ৰেছ বিবৃতিটোত বি এছ এফৰ তৰফৰ পৰা সদৰি কৰে।

আনহাতে, পৰৱৰ্তী সময়ত বাংলাদেশ বোৰ্ডাৰ গাৰ্ড(বি জি বি)ৰ সৈতে বি এছ এফৰ ফ্লেগ মিটিঙৰ অন্তত আটাইকেইগৰাকী বাংলাদেশী নাগৰিককে বি জি বিৰ হাতত গটাই দিয়া হয়।

ফ্লেগ মিটিঙত অনুমতি বিহীনভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰা সন্দৰ্ভত বি এছ এফৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd