• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফ্লিপকাৰ্ট অনলাইন শ্বপিং বিতৰণ কেন্দ্ৰত চুৰিকাণ্ড : গাঁওবুঢ়া গ্ৰেপ্তাৰ, বৰ্তমানলৈ উদ্ধাৰ ৭,১৮,৫০০ টকা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
October 15, 2019 5:36 pm
Mangaldoi Story

মঙলদৈৰ ফ্লিককাৰ্টৰ চুৰি কাণ্ডত গ্ৰেপ্তাৰ হোৱা লোক কেইগৰাকী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈৰ ৮ নং ৱাৰ্ডত থকা ফ্লিপকাৰ্ট অনলাইন শ্বপিঙৰ বিতৰণ কেন্দ্ৰত সংঘটিত চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত মঙলদৈ আৰক্ষীয়ে মঙলবাৰে আন এগৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোক জনৰ পৰা আৰক্ষীয়ে ২,৬৮,৫০০ টকা নগদ ধন জব্দ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজন খৈৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কুহিয়াৰকুছি গাঁৱৰ গাঁওবুঢ়া ডন চন্দ্ৰ ৰামচিয়াৰী বুলি জানিব পৰা গৈছে।

Apply Now

মঙলদৈ সদৰ আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক নিৰঞ্জন বৰুৱাই জনোৱা মতে গাঁওবুঢ়া ডন চন্দ্ৰ ৰামচিয়াৰীয়ে টকাখিনি ঘৰৰ নলা এটাত লুকুৱাই ৰাখিছিল।

মঙলবাৰে উদ্ধাৰ হোৱা টকাখিনিৰ সৈতে সমগ্ৰ ঘটনাটোত বৰ্তমানলৈ মুঠ ৭,১৮,৫০০ টকা উদ্ধাৰ হৈছে।

ইয়াৰপূৰ্বে, বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে চেনীপাৰৰ সঞ্জীৱ ভূঞা আৰু ১ নং বেজপাৰা গাঁৱৰ জয়ন্ত ঘাটোৱাল নামৰ দুগৰাকী কৰ্মচাৰীক ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি ৪.৫০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, এতিয়াও আৰক্ষীয়ে চুৰি হোৱা মুঠ ২১.৫৯ লাখ টকাৰ ১৪.৪০ লাখ টকা উদ্ধাৰ কৰিবলৈ বাকী আছে।

চুৰি কাণ্ডৰ মাষ্টাৰ মাইণ্ড যোগেশ ডেকাকে ধৰি প্ৰতিষ্ঠানটোত কৰ্মৰত আন তিনিগৰাকী অভিযু্ক্ত এতিয়াও পলাটক অৱস্থাত আছে বুলি বৰুৱাই জানিবলৈ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে ৭ অক্টোবৰত দুৰ্গা পূজাৰ সময়ত সংঘটিত হোৱা চুৰি কাণ্ডৰ ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত ৮৩৬/২০১৯ য়ু/এছ ৪৫৭/৩৮০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd