• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ নিবনুৱাক বঞ্চিত কৰি ৰে’লৱেৰ চতুৰ্থ বৰ্গৰ পদত বাহিৰৰ শ শ প্ৰাৰ্থীক নিযুক্তিৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2019 8:22 am
Lumding Railways division outsiders

লামডিঙত যোৱা ১৫ অক্টোবৰত যোগদান কৰিবলৈ অহা বহিৰাগত প্ৰাৰ্থীৰ ভিৰ। ফটোৰ উৎস : ছ'চিয়েল মিডিয়া।

15k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেই পুনৰ অসম তথা উত্তৰ-পূবৰ নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰি লামডিংস্থিত মাণ্ডলিক কাৰ্য্যালয়ৰ অধীনৰ বিভিন্ন স্থানত নিম্নবৰ্গৰ ভালেমান পদত বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ অভিযোগ উঠিছে।

খবৰ মতে, অসমৰ বিভিন্ন স্থানত খালী হৈ থকা গ্ৰেড ডিৰ ৮৯৯টা পদত উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, বিহাৰকে ধৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ কথাটো শেহতীয়াকৈহে পোহৰলৈ আহিছে। বহিঃৰাজ্যৰ এই সকল যুৱক-যুৱতীক ২৫ ছেপ্টেম্বৰতেই নিযুক্তি পত্ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ লামডিং মাণ্ডলিক কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে।

এই বাতৰি প্ৰকাশ হৈছে দৈনিক জনমভূমিকে ধৰি একাধিক সংবাদ পত্ৰত।

অৱশ্যে ঘটনাটোক লৈ এতিয়ালৈকে কোনো জাতীয়তাবাদী দল-সংগঠনক সৰৱ হোৱা দেখা নাই।

কিন্তু যদি ঘটনাটো সঁচা হয়, জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনৰ দিনত ৰাজ্যৰ নিবনুৱাসকলৰ প্ৰতি হোৱা এইটো আটাইতকৈ ডাঙৰ প্ৰতাৰণা হিচাপে পৰিগণিত হ’ব।

প্ৰায় এবছৰ আগলৈকে নগাৱঁৰ সাংসদ ৰাজেন গোহাঁই ৰে’ল ৰাজ্যিক মন্ত্ৰী হৈ থাকোতেও ৰাজ্যৰ নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক উত্তৰ-পূব সংমণ্ডলৰ বিভিন্ন পদত নিযুক্তি দিছিল। আনকি মন্ত্ৰী ৰাজেন গোহাঁয়ে অসমৰ যুৱক-যুৱতীৰ যোগ্যতা নাই বুলিও মন্তব্য কৰিছিল।

Recent News

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd