• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোষণত অতিষ্ঠ শ্ৰমিকে শাৰীৰিকভাৱে অপদস্থ কৰিলে সোণাৰি চাহ বাগিচাৰ পৰিচালকক

১৩৭ টকা হাজিৰা পোৱা শ্ৰমিকৰ এদিনৰ অনুপস্থিতিতে কাটে ২০০ টকা; চিকিৎসা ছুটীৰ পৰা কৰে বঞ্চিত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2019 12:35 pm
Sonari Tea Garden

ফটোৰ উৎস : ফেইচবুক।

5k
VIEWS
Share on FacebookShare on Twitter

শ্ৰমিকসকলৰ ওপৰত বিভিন্ন ধৰণে চলাই অহা শোষণ-নিষ্পেষণত অতিষ্ঠ হৈ পৰা ক্ষুভিত শ্ৰমিকে সোণাৰি বাগিচাৰ পৰিচালকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বাতৰি পোৱা গৈছে।

ক্ষুভিত শ্ৰমিকসকলে ১৫ অক্টোবৰৰ পুৱাই বাগিচাৰ পৰিচালক জিতু হাজৰিকাৰ সৈতে তৰ্কত লিপ্ত হয়। উত্তেজিত কেইজনমান শ্ৰমিকে তেওঁক অপদস্থ কৰা বুলিও অভিযোগ উঠিছে। অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

শ্ৰমিকসকলৰ অভিযোগ, পৰিচালক হাজৰিকাই শ্ৰমিকসকলক প্ৰায়ে কঠোৰ ব্যৱহাৰ কৰি আহিছে। এজন নিয়মীয়া শ্ৰমিকৰ এদিনৰ হাজিৰা মাত্ৰ ১৩৭ টকা যদিও অনুপস্থিত থাকিলে ২০০ টকা কৰ্তন কৰে। তাৰোপৰি বছৰেকীয়া ছুটী, চিকিৎসা ছুটী আদিৰ পৰা শ্ৰমিকসকলক সততে বঞ্চিত কৰি আহিছে পৰিচালকজনে।

ইপিনে আৰক্ষীয়ে পিছত পৰিচালকজনক প্ৰহাৰ কৰা ঘটনাত ৬জন শ্ৰমিকক আটক কৰাত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰায় ৪০০ পুৰুষ-মহিলা শ্ৰমিকে আটকাধীন শ্ৰমিককেইজনক তৎক্ষণাত মুকলি কৰি দিবলৈ দাবী জনাই সোণাৰি আৰক্ষী থানা ঘেৰাও কৰে। তেওঁলোকে থানাখনৰ সন্মুখত থকা মূল পথটোত অৱস্থান কৰি অৱৰোধ কৰাত ব্যাপক যান-জঁটৰো সৃষ্টি হয়।

শ্ৰমিকসকলক সৈমান কৰাব নোৱাৰি পিছত আৰক্ষীয়ে আটক কৰা শ্ৰমিককেইজনক মুকলি কৰি দিয়ে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd