• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডবকাত সংঘটিত মৰেল পুলিচগিৰিৰ ঘটনাক লৈ উত্তপ্ত বকতা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 18, 2019 6:50 am
20191018_001351

মৰেল পুলিচিঙৰ ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া বকতাত উলিওৱা জোৰ সমদল। ফটো : নৰ্থইষ্ট নাও

848
VIEWS
Share on FacebookShare on Twitter

লক্ষীপূজাৰ নিশা নগাঁৱৰ ডবকাত সংঘটিত মৰেল পুলিচগিৰিৰ ঘটনাৰ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰৰ বকতাত এক প্ৰতিবাদী জোৰ সমদল উলিওৱা হয়।

মৰেল পুলিচৰ ঘটনাত গুৰুতৰভাৱে আহত বকতাৰ যুৱক হৰেশ গগৈ আৰু কাকীৰ যুৱক দ্বীপজ্যোতি কলিতাৰ ন্যায়ৰ দাবীত বৃহস্পতিবাৰে সন্ধিয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে বকতাৰ জয়া তিনিআলিত এক জোৰ সমদল উলিয়ায়।

এটা সৰু দুৰ্ঘটনাৰ বাবেই এই দুই যুৱকৰ ওপৰত ডবকা মডাৰ তিনিআলিত সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা।

একাংশ স্থানীয়ে ৰাইজে দুৰ্ঘটনাত পতিত দুই যুৱকক বাঁহ, লাঠি, জেউৰাৰে মৰিয়াই মৰিয়াই আধামৰা কৰিছিল।

যুৱকদ্বয়ৰ বন্ধুৱে উন্মত্ত জনতাৰ কবলৰ পৰা হৰেশ আৰু দ্বীপজ্যোতিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।

বৰ্তমান দুই যুৱক গুৱাহাটীৰ ক্ৰিটিকেল কেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লক্ষ্যণীয় যে,  ডবকা আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত এজনো ব্যক্তিক।

এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত।

সমগ্ৰ ম’ৰেল পুলিচ ঘটনাৰ লগত জড়িত দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ দাবী এটাই সমগ্ৰ ম’ৰেল পুলিচৰ ঘটনাৰ লগত জড়িত দোষীয়ে যাতে শাস্তি পায়।

জানিব পৰা মতে, বৰ্তমানেও বকতাৰ জয়া তিনিআলিৰ যুৱক হৰেশ গগৈৰ অৱস্থা সংকটজনক। বকতাৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক হৰেশ গগৈ এতিয়াও সুস্থ হৈ উঠা নাই।

নগাওঁ আৰক্ষী চকী মুৰ্দাবাদ, ধ্বনিৰে দোষীক অতি সোনকালে গ্ৰেপ্তাৰৰ দাবীত জোঁ‌ৰ সমদেলেৰে কঁপি উঠে বকতাৰ জয়া তিনি আলিৰ ৰাজপথ। জোঁৰ সমদলত বকতা জয়া তিনিআলিৰ সকলো পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd