• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নীলকণ্ঠী’ উপন্যাসৰ বাবে বিশ্বজ্যোতি শৰ্মাক সাহিত্য সভাৰ বিশেষ যুৱ সাহিত্য বঁটা প্ৰদান

অইল ইণ্ডিয়াক ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2019 7:22 am
17-10-2019 photo 23

উদীয়মান গল্পকাৰ-উপন্যাসিক বিশ্বজ্যোতি শৰ্মাক বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বিশেষ যুৱ সাহিত্য বঁটা প্ৰদান কৰা হয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ জাতীয় জীৱনৰ অভিন্ন অংগ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা। ৰাধাগোবিন্দ বৰুৱাই নিজৰ জীৱন কালত অসমৰ সমাজ জীৱনৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে অসমীয়া জাতিয়ে তেওঁক সদায়েই মনত ৰাখিব।

কটন বিশ্ববিদ্যালয়ৰ সহযোগত বৃহস্পতিবাৰে সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম জয়ন্তী উৎসৱ উপলক্ষে¸ অনুষ্ঠিত এক আড়ম্বপূৰ্ণ অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

Apply Now

সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানতে যোৰহাট তিতাবৰৰ প্ৰাগজ্যোতিকা একাদেমিৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা উদীয়মান গল্পকাৰ-উপন্যাসিক বিশ্বজ্যোতি শৰ্মাক অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বিশেষ যুৱ সাহিত্য বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য, বিশিষ্ট সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আনন্দ বৰমুদৈ আৰু তেখেতৰ সদ্যপ্ৰয়াত সহধৰ্মিনী সাহিত্য একাদেমিৰ বঁটাপ্ৰাপক পূৰৱী বৰমূদৈৰ বৰ্ণিল জীৱন আধাৰিত গুৱাহাটীৰ এম আৰ পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত নৱতম উপন্যাস ‘নীলকণ্ঠী’ৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম জয়ন্তী উৎসৱ উপলক্ষে অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ তথা ‘দৈনিক অসম’ কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই বঁটাটো প্ৰদান কৰে।

সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান ‘ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা’ আগ বঢ়োৱা হয়।

সাহিত্য সভাৰ সভাপতিৰ হাতৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্ৰাণজিৎ ডেকাই এই বঁটা গ্ৰহণ কৰে।

সভাত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ সুযোগ্য পুত্ৰ তথা ‘দৈনিক অসম’ কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই ভাষণ প্ৰসংগত যুগ যুগ ধৰি অসম সাহিত্য সভাৰ লগত তেখেতসকলৰ পৰিয়ালটোৰ মধুৰ সম্পৰ্কৰ কথা উল্লেখ কৰি সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতি সাহিত্য সভাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd