• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত অসম ৰাইফলছৰ জোৱানক সাক্ষাৎ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কে ৰেড্ডীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2019 8:55 am
GK Reddy

মণিপুৰত অসম ৰাইফলছৰ জোৱানসকলৰ সৈতে জি কে ৰেড্ডী

3.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে মঙলবাৰে মণিপুৰৰ অসম ৰাইফলছ (দক্ষিণ)ৰ মহাপৰিদৰ্শকৰ মুখ্য কাৰ্য্যালয় ভ্ৰমণ কৰে।

অসম ৰাইফলছ (দক্ষিণ)ৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আই জি এ আৰ (দক্ষিণ) মেজৰ জেনেৰেল কে পি সিঙে সম্ভাষণ জনায়।

মুখ্য কাৰ্য্যালয় পৰিদৰ্শন কালত মেজৰ জেনেৰেল কে পি সিঙে ৰেড্ডীক সুৰক্ষা আৰু অভিযান সম্বন্ধীয় বিষয় সন্দৰ্ভত বৰ্ণনা আগবঢ়ায়।

Shri G Kishan Reddy, MoS(Home) visited HQ IGAR(S),Imphal. The Hon'ble Minister was briefed by the IG,Maj Gen KP Singh,YSM on Security & Ops matters. He also interacted with troops & complimented #AssamRifles for their efforts in achieving lasting peace & development in the region pic.twitter.com/4liwSM1w03

— The Assam Rifles (@official_dgar) October 22, 2019

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ শান্তি আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত অসম ৰাইফলছৰ জোৱান সকলৰ ত্যাগ আৰু প্ৰচেষ্টাৰ সলাগ লয় বুলি অসম ৰাইফলছ(দক্ষিণ)ৰ জনসম্পৰ্ক ৰক্ষী বিষয়াই জাৰি কৰা এক বিবৃতিত উল্লেখ কৰে।

ৰেড্ডীয়ে ভ্ৰমণকালত অসম ৰাইফলছৰ জোৱান সকলকো সাক্ষাৎ কৰে আৰু অঞ্চলটোত শান্তি আৰু বিকাশৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ কথা স্বীকাৰ কৰি সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰে।

আনহাতে, সোমবাৰে ইম্ফলত উপস্থিত হোৱা কেন্দ্ৰ মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙকো সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

ৰেড্ডীয়ে ৰাজ্যখনৰ অন্যান্য নেতা সকলৰ সৈতেও বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd