• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ নীতিৰ বাবেই সংকটত পৰিছে কৃষি খণ্ড : গুৱাহাটীত চিপিআই (এম) নেতা পিল্লাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 7:44 am
04-02-18 Guwahati- CPI-M 22nd Assam State Sanmilan (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলত সাম্প্ৰদায়িকতাৰ বীজ সিচিছে। দেওবাৰে গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন জনসভাত ভাষণ দি চিপিআই(এম)ৰ পুলিটব্যুৰো সদস্য ৰামচন্দন পিল্লাইয়ে এইদৰে কয়।

চিপিআই(এম)ৰ ২২ সংখ্যক ৰাজ্যিক সন্মিলনৰ মুকলি সভাত নেতাগৰাকীয়ে কয় যে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ভয়ংকৰ নীতি গ্ৰহণ কৰিব বিচাৰিছে।

Apply Now

সমগ্ৰ দেশতে গো-ৰক্ষা, লাভ জেহাদ, সন্ত্ৰাসবাদ, ৰাষ্ট্ৰীয়তাবাদৰ নামত বহু লোকক বিনা বিচাৰে কাৰাগাৰালৈ নিক্ষেপ কৰি সংখ্যালঘু মুছলমানসকলক ভীতিগ্ৰস্ত কৰি আহিছে। শিক্ষা আৰু সাংস্কৃতিক জগতত বিজেপি আৰু আৰ এছ এছৰ হস্তক্ষেপে সামাজিক উত্তেজনা বৃদ্ধি কৰিছে আৰু ই যুৱ প্ৰজন্মৰ প্ৰচুৰ ক্ষতি কৰিছে। সমাৱেশত চিপিআই(এম) নেতাগৰাকীয়ে এনেদৰে শাসকগোষ্ঠীক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত বিজেপিয়ে সংখ্যালঘুৰ লগতে জনজাতি আৰু দলিত শ্ৰেণীৰ ওপৰতো আক্ৰমণ চলাই তেওঁলোকক সৰ্বহাৰা কৰিব বিচাৰিছে বুলি অভিযোগ কৰি নেতাগৰাকীয়ে কয় যে বৰ্তমানৰ বিজেপি চৰকাৰখন স্বাধীনতাৰ পিছৰ আটাইতকৈ নিকৃষ্ট চৰকাৰ আৰু ই ৰাজনৈতিক, অৰ্থনৈতিক, বৈদেশিক নীতি, প্ৰশাসনিক সিদ্ধান্ত আদিত ধ্বংসাত্মক নীতি গ্ৰহণ কৰিছে।

চিপিআই(এম) নেতাগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰৰ উদ্দেশ্যপ্ৰণোদিত নীতিৰ বাবে কৃষিখণ্ড সংকটত পৰিছে। কৃষকৰ আয় হ্ৰাস পোৱাৰ ফলত উপায়হীন হৈ নিজৰ ধন সম্পত্তি বিক্ৰী কৰিবলগীয়া হৈছে। কৃষি ঋণ ঘুৰাই দিব কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছে।

পুলিটব্যুৰো সদস্য গৰাকীয়ে লগতে কয় যে চৰকাৰৰ শস্য বীমা আঁচনিয়ে কৃষকক লাভান্বিত কৰাৰ বিপৰীতে দেশ-বিদেশৰ বীমা কোম্পানীবোৰকহে মুনাফা অৰ্জনৰ সুবিধা দিছে।

চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলৰ পুলিটব্যুৰোৰ আন এগৰাকী সদস্য বিমান বসু, ৰাজ্যিক নেতা হেমেন দাস, দেবেন ভট্টাচাৰ্য আদিয়ে ভাষণ দিয়ে।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা সহস্ৰাধিক দলৰ নেতা-কৰ্মী  এই জনসভাত যোগদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd