• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ সিদ্ধান্তত ক্ষুব্ধ; জাঙুৰ খাই উঠিল সমন্বয়ৰক্ষী সমিতি

নীলমনি শর্মা by নীলমনি শর্মা
October 28, 2019 7:35 am
IMG-20191025-WA0017

ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলা সমবায়সমূহৰ সহকাৰী পঞ্জীয়কগৰাকীয়ে জিলাখনৰ পাঁচখনকৈ সমবায় সমিতিৰ নিৰ্বাচিত সমিতিক খাৰিজ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যে সহকাৰী পঞ্জীয়কৰ বিৰুদ্ধে জিলা সমবায় সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।

Apply Now

দেওবাৰে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সহকাৰী পঞ্জীয়কৰ এই এক পক্ষীয় সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰে।

তেওঁ সহকাৰী পঞ্জীয়কে সমবায় সমিতিৰ সকলোবোৰ নিয়ম-আইনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি নিজ ইচ্ছা আৰু খেয়াল-খুচিমতে এই নিৰ্দেশ প্ৰেৰণ কৰিছে বুলি মুকলিকৈ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে জিলাখনৰ দৰংগিৰি, ধনুভাঙা, কৃষ্ণাই, বৰদামাল আৰু সিদাবাৰী সমবায় সমিতিকেইখনে বিগত বিত্তীয় বৰ্ষৰ হিচাপ-নিকাচ সম্পূৰ্ণ কৰি অনুষ্ঠিত কৰা বছৰেকীয়া সাধাৰণ সভাত অংশীদাৰ ৰাইজৰ উপস্থিতিৰ ওপৰত প্ৰশ্ন তুলি সহকাৰী পঞ্জীয়কে সংশ্লিষ্ট সমবায় সমিতিকেইখনৰ নিৰ্বাচিত সমিতিকেইখনক খাৰিজ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল।

ইপিনে সহকাৰী পঞ্জীয়কৰ অভিযোগক তীব্ৰভাৱে খণ্ডন কৰিছে সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ সেনে।

তেওঁ কয় যে, সংশ্লিষ্ট সমবায় সমিতিকেইখনে বিভাগীয় নিৰ্দেশ মৰ্মে সাধাৰণ সভা অনুষ্ঠিত কৰিছিল আৰু সভাৰ কাম এগৰাকী বিভাগীয় পৰ্যবেক্ষকৰ উপস্থিতিত সম্পন্ন কৰা হৈছিল।

তেনে ক্ষেত্ৰত সহকাৰী পঞ্জীয়কে সংশ্লিষ্ট সমবায় সমিতিকেইখনৰ নিৰ্বাঢিত সমিতিকেইখনক ভংগ কৰি এজনীয়া তদৰ্থ সমিতি গঠনৰ নিৰ্দেশ জাৰি কৰা কাৰ্যক মইমতালি বুলি আখ্যা দিয়ে সেনে।

সমন্বয় সমিতিখনে সহকাৰী পঞ্জীয়কগৰাকীক এনে অগণতান্ত্ৰিক কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই কয় যে অংশীদাৰ ৰাইজে ভোটেৰে নিৰ্বাচিত কৰা সমিতিৰ প্ৰতি সন্মান প্ৰৰ্দশন কৰা উচিত।

সমন্বয়ৰক্ষী সমিতিয়ে অতি শীঘ্ৰে সহকাৰী পঞ্জীয়কগৰাকীক সংশ্লিষ্ট সমবায় সমিতিকেইখনলৈ জাৰি কৰা নিৰ্দেশটোক উঠাই লবলৈ দাবী জনাইছে।

অন্যথা সমন্বয় সমিতিখনে আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হব বুলি সকীয়াই দিয়।

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd