• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰিৰ বজাৰত মন্দাৱস্থাৰ প্ৰভাৱ; বিগত তিনিবছৰত বৃদ্ধি পালে সৰ্বাধিক নিবনুৱাৰ হাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2019 8:19 am
26462-untitled2520design2520285129-20170726052701

প্ৰতিনিধিত্বমূলক ফটো। উৎস: ডিএনএ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ কথা লাহে লাহে জনসাধাৰণে ভালদৰে বুজিবলৈ আৰম্ভ কৰিছে। দৈনন্দিন জীৱন যাত্ৰাত ইতিমধ্যে ৰাইজে তাৰ প্ৰভাৱ উপলব্ধি কৰিছে।

পিচে, অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এইবাৰ চাকৰিৰ বজাৰত। নিবনুৱাৰ ক্ষেত্ৰত এইবাৰ দেশৰ তিনি বছৰৰ পুৰণি অভিলেখ ভাঙিল।

Apply Now

“চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি’য়ে নিবনুৱা সন্দৰ্ভত দাখিল কৰা পৰিসংখ্যাই এই কথা স্পষ্ট কৰিছে।

কোৱা হৈছে, চলিত বছৰৰ অক্টোবৰ মাহত দেশত নিবনুৱাৰ হাৰ ৮.৫ শতাংশ যিটো বিগত তিনিবছৰৰ ভিতৰত সৰ্বাধিক।

২০১৬চনৰ অক্টোবৰ মাহৰ পাছত ইমান বেয়া অৱস্থা পূৰ্বে হোৱা নাছিল। আনকি বিমুদ্ৰাকৰণৰ পাছতো নিবনুৱাৰ হাৰ ইমান বৃদ্ধি পোৱা নাছিল।

অৰ্থনীতিবিদসকলে ধাৰণা কৰা অনুসৰি আৰ্থিক মন্দাৱস্থাই নিবনুৱা সমস্যা বৃদ্ধিৰ মূল কাৰণ। বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ফলত অসংগঠিত খণ্ডত হোৱা বৃহৎ ক্ষতিৰ প্ৰভাৱ লাহে লাহে পৰিবলৈ আৰম্ভ কৰিছে।

সাধাৰণ লোকৰ হাতত নগদ ধনৰ যোগান কমি যোৱাৰ ফলত বজাৰত চাহিদা হ্ৰাস পাইছে। স্বাভাৱিকতেই চাহিদা হ্ৰাস পোৱাৰ ফলত ডাঙৰ ডাঙৰ সংস্থাবোৰে উৎপাদন হ্ৰাস কৰিবলগীয়া হৈছে।

ইয়াৰ ফলত সাধাৰণ শ্ৰেণীৰ লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে। ক্ষুদ্ৰ দোকানী-ব্যৱসায়ীসকলো বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে।

এনে এক পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে চৰকাৰৰ কোনো ভূমিকা দেখা যোৱা নাই বা কোনো উদ্যোগ গ্ৰহণৰ প্ৰচেষ্টা চকুত পৰা নাই। বৰঞ্চ শাসকীয় পক্ষই অৰ্থনৈতিক মন্দাৱস্থাৰ কথা অস্বীকাৰ কৰাৰ চেষ্টাহে চলাই আহিছে।

আনহাতে, “চেন্টাৰ ফৰ ছাষ্টেইনেবল এমপ্লিমেন্ট’ নামৰ এখন গৱেষণা পত্ৰত আন এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। সন্তোষ মেহৰোত্ৰা আৰু যযাতি কে পৰিদা নামৰ দুগৰাকী অৰ্থনীতিবিদে প্ৰকাশ কৰিছে এই গৱেষণা পত্ৰখন।

তেওঁলোকে দাবী কৰা মতে, ২০১১-১২ বিত্তবৰ্ষৰ পৰা ২০১৭-১৮ বিত্তবৰ্ষ পৰ্যন্ত দেশখনত প্ৰায় ৯০ লাখ সংস্থাপনৰ সুযোগ হ্ৰাস পাইছে।

য়ুপিএ’ৰ শাসনৰ অন্তিম তিনিবছৰ আৰু মোদী চৰকাৰৰ প্ৰথম চাৰি বছৰ এনে পৰিস্থিতিৰ বাবে দায়ী। সেয়াই নহয়, বিগত তিনি বছৰ ধৰি ধাৰাবাহিকভাৱে সংস্থাপনৰ সুযোগ হ্ৰাস পোৱা বুলিও গৱেষণা পত্ৰখনত কোৱা হৈছে।

স্বাভাৱিকতে এনে পৰিসংখ্যা সত্য হ’লে দেশৰ অৰ্থনীতিৰ বাবে ই এক অশনি সংকেত। অৰ্থনীতিবিদ সকলৰ দাবী যে যিধৰণে লোকে চাকৰি হেৰুৱাব আৰম্ভ কৰিছে সেয়া ৰোধ নহ’লে অৰ্থনীতি মূৰ দাঙি উঠাটো জটিল হৈ পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd