• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফুটবল খেলি ৰাজ্যৰ মুখ উজলাইছে ধোনীয়ে; ভাইৰেল মুখ্য মন্ত্ৰীৰ ভাষণৰ ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2019 11:36 am
Jharkhand CM Dhoni Comment
21.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ জনসাধাৰণৰ মাজত এনে লোকৰ সংখ্যা বহুত কম ওলাব যিয়ে নেকি মহেন্দ্ৰ সিং ধোনীৰ নাম শুনা নাই বা তেওঁৰ পৰিচয় নাজানে। কেবল দেশতেই নহয়, বিদেশতো অসংখ্য অনুৰাগী আছে ধোনীৰ।

ভাৰতীয় ক্ৰিকেট দলৰ আটাইতকৈ সফল অধিনায়কগৰাকীয়ে অধিনায়কৰ পৰা আঁতৰিলেও তেওঁৰ জনপ্ৰিয়তা সামান্যও হ্ৰাস পোৱা নাই। সেয়াই নহয়, জনপ্ৰিয়তাৰ ক্ষেত্ৰত বৰ্তমান বিৰাট কোহলী, শচীন তেণ্ডুলকাৰকো চেৰ পেলাইছে ধোনীয়ে।

কিন্তু কি আশ্চৰ্যৰ বিষয়। ধোনীৰ পৰিচয় নাজানে তেওঁৰ ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীগৰাকীয়ে। বিশ্বাস নোহোৱাৰে কথা, কিন্তু ভিডিঅ’টো চালেই সকলো জল জল পট পট হৈ পৰিব।

ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী ৰঘুবৰ দাসে এখন ৰাজহুৱা সভাত স্পষ্টভাৱে কৈছে ধোনী হেনো এগৰাকী ফুটবলাৰ।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটি ভিডিঅ’। য’ত মুখ্য মন্ত্ৰী ৰঘুবৰ দাসে স্পষ্টভাৱে কোৱা শুনা গৈছে যে ধোনীয়ে ফুটবল খেলি গোটেই বিশ্বতে ঝাৰখণ্ডৰ নাম উজলাই তুলিছে। ৰাজ্যখনৰ এই যুৱকসকলক লৈ তেওঁ অত্যন্ত গৌৰৱান্বিত।

মুখ্য মন্ত্ৰীয়ে কৈছে,’’ফুটবলত ধোনীয়ে যিধৰণে গোটেই বিশ্বতে ঝাৰখণ্ডৰ নাম উজলাই তুলিছে, মোৰ সপোন, আমাৰ ৰাজ্যৰ বাকী যুৱকসকলেও এনেধৰণে গোটেই বিশ্বতে ফুটবল খেলি খ্যাতি লাভ কৰিব।‘’

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনা আৰম্ভ হৈছে। মুখ্য মন্ত্ৰীগৰাকীক অশিক্ষিত বুলি এচামে কটাক্ষও কৰিছে।

ৰাজ্যৰ মুখ্য মন্ত্ৰী এগৰাকীয়ে কি কাৰণে এনেধৰণে মুৰ্খৰ দৰে মন্তব্য কৰিলে তাক লৈও প্ৰশ্ন উঠিছে। ৰাজহুৱা সভাত ভাষণ দিওতে বহুতে তেওঁক হোমৱৰ্ক কৰাৰো পৰামৰ্শ দাঙি ধৰিছে।

Recent News

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd