• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰকাশ হৈ ওলাল মন্ত্রী হিমন্ত বিশ্বৰ তৃতীয়খন গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2019 10:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকাশ পালে ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়খন গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’। মন্ত্ৰী গৰাকীৰ মতে গন্থখনত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ আদৰ্শ আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মতামতক প্ৰত্যাহ্বান জনোৱা হৈছে।

দেওবাৰে দিচপুৰস্থিত গড়কপ্তানি বিভাগৰ আলোচনা ও প্ৰশিক্ষণ কেন্দ্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, সাহিত্যিক অনুৰাধা শৰ্মা পুজাৰী আৰু মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মালিনী গোস্বামীয়ে গ্ৰন্থখন উন্মোচন কৰে।

Apply Now

সভাত গ্ৰন্থখনৰ বিষয়স্তু সম্পৰ্কে উল্লেখ কৰি মন্ত্ৰী হিমন্তই কয়, ‘অসমৰ ৰাইজে বুদ্ধিজীৱি বুলি বিশ্বাস কৰা ড০ হীৰেন গোহাঁইৰ চিন্তাৰ বিপৰীতে দুটি প্ৰৱন্ধ লিখা হৈছে। প্ৰবন্ধ দুটিৰ জৰিয়তে তেওঁৰ সৈতে বিতৰ্কত যোৱাৰ উদ্দেশ্য নহয়, অসমৰ সমাজখন মৌলিক সমস্যা যেনে অনুপ্ৰৱেশৰ সমস্যা, কিধৰণে জাতিটোৰ নতুন চিন্তাধাৰাৰে মূল্যংকণৰ প্ৰয়োজনীয়তা আছে, তাৰ বিষয়ে উল্লেখ কৰিছো।‘

ইপিনে, ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে নিজক ক্ৰিকেটাৰ মহেন্দ্ৰ সিঙ ধোনীৰ তুলনা কৰি হীৰেন গোহাঁইক শচীন তেণ্ডুলকাৰৰ সৈতে তুলনা কৰে।

‘সদায় যদি আমি ভাৱো, ইণ্ডিয়ান টেষ্ট ক্ৰিকেটত কেৱল শচীন তেণ্ডুলকাৰে খেলিব, তেতিয়া ধোনীৰ জন্মই নহ’লহেঁতেন। সদায় যদি ভাবি থাকো হীৰেণ গোহাঁইয়ে লিখিব আৰু বেলেগ কোনেও নিলিখিব তেনেকুৱা কথাও নহয়। তেওঁৰ লগত ব্যক্তিগত সংঘাত নাই, কিন্তু আদৰ্শৰ সংঘাত আছে।‘ তেওঁ কয়।

আনহাতে, আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মতৰ বিপৰীতে বহু কথাই গ্ৰন্থখনত সনিবিষ্ট কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় ‘সমুজ্জ্বল ভট্টাচাৰ্য্যই অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব বুলি কয়। কোনজন অসমীয়া? ২৫ শতাংশ মানুহ অসমত আছো, কেনেকৈ প্ৰভুত্ব থাকিব? যদি উদাৰতাৰে বিশ্লেষণ কৰো, তেন্তে ৬৫ শতাংশ হ’ব, তেতিয়া প্ৰভুত্বটো থাকিব। ভাষাভিত্তিক উগ্ৰ জাতীয়তাবাদে আমাৰ সমাজ ব্যৱস্থাক খণ্ড-বিখণ্ড কৰিব।’

‘যেতিয়া অভিজিৎ আৰু নিলোৎপলৰ বৰ্বৰ হত্যাকাণ্ড হৈছিল, তেতিয়া কাৰ্বিসকল অসমীয়াৰ শত্ৰু বুলি এক ধাৰণাৰ সৃষ্টি কৰিছিল। এখোজ আগবাঢ়ি গৈ সদৌ অসম ছাত্ৰ সন্থাই কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধিক লৈ আহি নিলোৎপল আৰু অভিজিতৰ পিতৃ-মাতৃৰ ভৰিত ধৰি ক্ষমা খুজালে।‘ হিমন্তই কয়।

‘কিন্তু একেধৰণে মই শুধিব খুজিছো অৰ্ণমাই বৰাৰ ধৰ্ষণ পাছত কোনোবা সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতাই আহি অৰ্ণমাই বৰাৰ কন্যাৰ ভৰিত ধৰি ক্ষমা খোজাৰ চেষ্টা কৰিছিল নেকি?’ তেওঁৰ প্ৰশ্ন।

গ্ৰন্থখনত তেওঁৰ দৃষ্টিৰে অসমৰ ভৱিষ্যৎ, অৰ্থনীতি, জি এছ টি আদি বিষয় তুলি ধৰা হৈছে বুলি উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

June 14, 2026 5:11 pm
কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

June 14, 2026 5:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd