• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ হিংসাত্মক ৰাজ্য মণিপুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2019 11:03 am
manipur-poll-violence-1140x570

২০১৮ বৰ্ষত নিৰ্বাচনৰ সময়ছোৱাত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ ফাইল চিত্ৰ। উৎস: TV grab

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ হিংসাত্মক ৰাজ্য হিচাপে বিবেচিত হৈছে মণিপুৰ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, বিগত বৰ্ষত অঞ্চলটোত সংঘটিত মুঠ ঘটনাসমূহৰ ভিতৰত ৫০ শতাংশই সংঘটিত হৈছে মণিপুৰত।

Apply Now

অৱশ্যে, বিগত ১৪ বছৰত উগ্ৰবাদৰ আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা বুলি কোৱা হৈছে।

মণিপুৰত ২০১৮ বৰ্ষত উগ্ৰপন্থী সংক্ৰান্তীয় ঘটনা ২০১৭ বৰ্ষৰ ১৬৭টাৰ তুলনাত ২৪ শতাংশ হ্ৰাস পাইছে আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনা ২০১৭ বৰ্ষৰ ২৩টাৰ পৰা ২০১৮’ত ৮ টালৈ হ্ৰাস পাইছে।

মণিপুৰত ২০১৮ বৰ্ষত মুঠ ১২৭টা হিংসাত্মক ঘটনা সংঘটিত হৈছে। এই বৰ্ষত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৫২টা হিংসাত্মক ঘটনা সংঘটিত হৈছে।

প্ৰতিবেদন অনুসৰি, ২০১৮ বৰ্ষত মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে চলা অভিযানত ১০জন বিদ্ৰোহী নিহত হৈছে, ৪০৪জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৯৯বিধ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

প্ৰতিবেদখনৰ মতে ২০১৩চনৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত সুৰক্ষাৰ দিশটো অনুক্ৰমে উন্নত হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ১৯৯৭ চনৰ পৰা সংঘটিত উগ্ৰবাদ সম্পৰ্কীয় ঘটনা আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনা ২০১৮ বৰ্ষত আটাইতকৈ কম দেখা গৈছে।

উক্ত বৰ্ষত ত্ৰিপুৰা আৰু মিজোৰামত উগ্ৰবাদ সম্পৰ্কীয় ঘটনা প্ৰায় নাই বুলিয়ে ক’ব পাৰি আৰু অঞ্চলটোৰ আন ৰাজ্যসমূহতো নিৰাপত্তামূলক পৰিস্থিতিৰ উন্নতি ঘটা পৰিলক্ষিত হয়।

প্ৰতিবেদন অনুসৰি, কেইটামান বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ বাহিৰে ২০১৮ বৰ্ষত সামগ্ৰিকভাৱে মিজোৰামৰ পৰিস্থিতি শান্তিপূৰ্ণ আছিল আৰু ছিকিম উগ্ৰবাদ সম্পৰ্কীয় ঘটনাৰ পৰা মুক্ত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd