• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুৰাগীৰ স্পৰ্শত বিৰক্ত ৰাণু মণ্ডলৰ প্ৰশ্ন, “হোৱাট ইছ দিজ?’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2019 2:49 pm
RanuMondal

ৰাণু মণ্ডল। ফাইল ফটো

13k
VIEWS
Share on FacebookShare on Twitter

দৰিদ্ৰ অৱস্থাৰ পৰা নিশাৰ ভিতৰতে চেলিব্ৰেটি হৈ পৰা ৰাণু মণ্ডল এইবাৰ অনুৰাগীৰ প্ৰতি হৈ পৰিল ক্ষুন্ন। এগৰাকী অনুৰাগীৰ হাতৰ স্পৰ্শত জাঙুৰ খাই উঠিল গায়িকা গৰাকী।

ৰাণু মণ্ডলৰ সেই উত্তেজিত হৈ পৰা মুহূৰ্তৰ ভিডিঅ’টো ততালিকে ভাইৰেল হৈ পৰে। তাৰ লগে লগে আৰম্ভ হয় সমালোচনা।

সংগীত জগতৰ শেহতীয়া চাঞ্চল্য ৰাণু মণ্ডলৰ এই ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা অনুষ্ঠানত উপস্থিত হৈছিল ৰাণু মণ্ডল। লগত আছিল বহুকেইজন লোক।

অনুষ্ঠানৰ হুলস্থুলৰ মাজতে এগৰাকী কম বয়সীয়া মহিলাই ৰাণুৰ কাষলৈ আহি তেওঁৰ হাতত সামান্য স্পৰ্শ কৰি মাত দিয়ে।

হয়তো ৰাণুক তেওঁৰ ভাল লগাৰ কথা ক’বলৈকে তেওঁ এনেদৰে আগবাঢ়ি গৈছিল। হাতত মোবাইলো আছিল। হয়তো গায়িকাগৰাকীৰ সৈতে ছেল্ফি লোৱাৰ হাবিয়াস আছিল। সেয়েহে, ভিৰ ঠেলি গায়িকা গৰাকীক মাত দিছিল মহিলাগৰাকীয়ে।

কিন্তু এয়া কি? জাঙুৰ খাই উঠিল ৰাণু। অনুৰাগীৰ কথা শুনিবলৈ অস্বীকাৰ কৰি হাতত স্পৰ্শ কৰাৰ লগে লগেই ক্ষুব্ধ হৈ পৰিল গায়িকা।

ভিডিঅ’টোত দেখা গৈছে যে ঘুৰি লৈ ৰাণুৱে ওলোটাই হাত জোকাৰি কিবা কৈ গৈছে। মন দি শুনি গম পোৱা গ’ল ৰাণু মণ্ডলে মহিলাগৰাকীক প্ৰশ্ন কৰিছে,”হোৱাট ইছ দিজ?’

লগে লগে তেওঁৰ কাষত থকা এজনে কৈ উঠে,”গাত হাত দি মাতিছে কিয়? এইবোৰ ঠিক নহয়।‘

ৰাণুৱেও উচ্চ স্বৰে ক’লে,”এইবোৰ কি? এইবোৰৰ মানে কি?’

অনুৰাগী মহিলাগৰাকীয়ে ৰাণুৰ এই আচৰণত অপ্ৰস্তুত হৈ পৰে। অৱশ্যে হাঁহি মাৰিয়েই তেওঁ পৰিস্থিতিটো চম্ভালি লয়।

কিন্তু চেলিব্ৰেটি ৰাণু মণ্ডলৰ এনে আচৰণ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে।

বহুতেই কৈছে অনুৰাগীয়ে ৰানাঘাট ষ্টেশ্যনৰ পৰা তুলি আনি চেলিব্ৰেটি বনোৱাসকলৰ সৈতে এনে আচৰণ কৰিছে গায়িকাগৰাকীয়ে।

কিছুমানে অৱশ্যে ৰাণুক সমৰ্থনো কৰিছে। তেওঁলোকৰ মতে ভিৰৰ মাজত এনেদৰে হাতত ধৰি মতাটো উচিত নহয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd