• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী সমদল

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
November 5, 2019 8:00 am
111-1140x570

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত আছুৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে কেন্দ্ৰ গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে সোমবাৰে যোৰহাটত আছুৱে এক প্ৰতিবাদী সমদল উলিয়ায়।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ৰ ৮ জানুৱাৰিত লোকসভাত গৃহীত হয় যদিও উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হোৱাৰ বাবে বিধেয়কখন ৰাজ্যসভাত উত্থাপন তথা গৃহীত কৰিব নোৱাৰিলে।

Apply Now

প্ৰতিবাদী সমদলটোৰ নেতৃত্ব দিয়ে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড আৰু আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য সূৰ্য কুমাৰ ভূঞাই।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, আৰ এছ এছ, বিজেপি, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালক সমালোচনা কৰি খাউণ্ডে কয়,’’এসময়ত আছুৰ শীৰ্ষ নেতা হিচাপে থকা সোণোৱালে এতিয়া ক্ষমতাৰ বাবেই ৰাজ্যখনত বিদেশীৰ বিৰুদ্ধে দিয়া তেওঁৰ সেই শ্ল’গান পাহৰি গৈছে।‘’

উল্লেখযোগ্য যে আছুৰ নেতৃত্বত অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলা ছয় বছৰীয়া অসম আন্দোলনৰ সোণোৱালো অন্যতম অংশগ্ৰহণকাৰী আছিল।

অসম গণ পৰিষদৰ নেতা হিচাপেও অসমত প্ৰযোজ্য হৈ থকা আই এম ডি টি আইন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত যুঁজ দিছিল।

প্ৰতিবাদকাৰীসকলে কয় যে ছাত্ৰ সংগঠনটোৱে বিধেয়কখন বাতিল নকৰালৈকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব কিয়নো বিধেয়কখন গৃহীত হ’লে খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ কলা,সংস্কৃতি, ভাষা, পৰিচয়ৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব।

প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলা আছুৰ উপ সভাপতি দিগন্ত বৰা, সাধাৰণ সম্পাদক জিতু নেওগ আৰু সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈও উপস্থিত আছিল।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd