• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাৱাৰ প্লেয়াৰ; ফুটবলৰ দৰে ক্ৰিকেটতো খেল চলি থকাৰ সময়তে সলনি হ’ব খেলুৱৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2019 1:45 pm
22rcb-win1

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলক অধিক গতিশীল তথা ৰোমাঞ্চকৰ কৰাৰ লক্ষ্যৰে কেতবোৰ নতুন নিয়ম প্ৰযোজ্য কৰাৰ পৰিকল্পনা কৰিছে বি চি চি আইয়ে।

বি চি চি আইৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তাই জনোৱা অনুসৰি অহা বৰ্ষৰ আই পি এলৰ মেচত পাৱাৰ প্লেয়াৰ নিয়মৰ প্ৰৱৰ্তন কৰাৰ চিন্তা চৰ্চা চলি আছে।

Apply Now

এই নতুন নিয়ম প্ৰৱৰ্তন হ’লে মেচৰ যিকোনো মুহুৰ্তত এটা উইকেট পতন হ’লে অথবা অ’ভাৰৰ অন্তৰ পাছত যিকোনো দলে এজনৰ পৰিৱৰ্তে আন এজন খেলুৱৈক খেল পথাৰত নমাব পাৰিব।

কৰ্মকৰ্তাজনে কয়, ‘আমি চিন্তা চৰ্চা কৰি আছো য’ত দল সমূহে প্লেয়িং ইলেভেনৰ বিপৰীতে ১৫ জনীয়া তালিকা দিব লাগিব। আৰু মেচ চলি থকাৰ সময়ত উইকেট পতন হ’লে অথবা অ’ভাৰৰ অন্তৰ পাছত যিকোনো দলে এজনৰ পৰিৱৰ্তে আন এজন খেলুৱৈক খেল পথাৰত নমাব পাৰিব। আই পি এলৰ পূৰ্বে আগন্তুক চৈয়দ মুস্তাক আলী ট্ৰফীত এই নিয়ম প্ৰযোজ্য কৰাটো ঠিক হ’ব’।

ইয়াৰ উপৰি তেওঁ কয় যে এই নিয়ম ইতিমধ্যে গৃহীত হৈছে যদিও আজি বি চি চি আইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগীয়া আই পি এল গৱৰ্নিং বডিৰ বৈঠকতহে বিস্তৃত ৰূপত আলোচনা কৰা হ’ব।

আনহাতে এই নিয়মে আই পি এলত কেনে ধৰণৰ প্ৰভাৱ পেলাব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৰ্মকৰ্তাজনে কয়, ‘ধৰক অন্তিম অ’ভাৰত বেটিং কৰি থকা দলটোক ২০ ৰানৰ প্ৰয়োজন আৰু ডাগ আউটত বহি আছে আন্দ্ৰে ৰাছেলৰ দৰে বিস্ফোৰক বেটছমেন। প্লেয়িং ইলেভেনত নাথাকিলেও সেই সময়ত ৰাছেলে ক্ৰিজলৈ আহি মেচ সলনি কৰি দিব পাৰে’।

এই সন্দৰ্ভত তেওঁ পুনৰ কয়, ‘ঠিক সেইদৰে যদি ফিল্ডিং কৰি থকা দলে অন্তিম অ’ভাৰত ৬ ৰান বচাব লগীয়া হয় আৰু সেই সময়ত ডাগ আউটত বহি আছে ডেথ অ’ভাৰৰ স্পেচিয়েলিষ্ট জশপ্ৰীত বুমৰাহ। তেতিয়া বুমৰাহে অন্তিম অ’ভাৰ দিয়াৰ সুযোগ লাভ কৰিব। এয়া অধিনায়ক তথা দলৰ বাবে মংগলৰ বিষয়’।

ইয়াৰ উপৰি এই নতুন নিয়মে টিম মেনেজমেণ্টক মেচৰ ৰণনীতি তৈয়াৰত সহায়ক হ’ব বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হ’লে তেওঁৰ ঠাইত আন এজন খেলুৱৈ প্লেয়িং ইলেভনৰ অংশীদাৰ হ’ব পৰাৰ নিয়ম ইতিমধ্যে প্ৰযোজ্য হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am
কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd