• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানৰ পাছত ভাৰতৰ নতুন মানচিত্ৰক লৈ নেপালৰ বিৰোধিতা

বিষয় সন্দৰ্ভত চীনৰ সৈতে বাৰ্তালাপৰ ইংগিত নেপালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2019 10:23 am
New Political Map India

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰে জাৰি কৰা দেশৰ নতুন ৰাজনৈতিক মানচিত্ৰক লৈ পাকিস্তানৰ পাছত এইবাৰ নেপালে বিৰোধিতা প্ৰকাশ কৰিছে।

ভাৰতৰ দ্বাৰা প্ৰকাশিত নতুন ৰাজনৈতিক মানচিত্ৰত কালপানীক ভাৰতৰ ভূখণ্ডৰ অন্তুৰ্ভূক্ত কৰাকলৈ নেপালে অসন্তুষ্টি ব্যক্ত কৰে।

নতুন দিল্লী আৰু কাঠমাণ্ডুৰ মাজত সীমা বিবাদ সন্দৰ্ভত আলোচনা অব্যাহত আছে।

নেপালৰ বিদেশ মন্ত্ৰ্যালয়ে বুধবাৰে এক বিজ্ঞপ্তি যোগে কালাপানীক নেপালৰ অভিন্ন অংগ হিচাপে উল্লেখ কৰাৰ লগতে দেশখনে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ স্বাৰ্থত মিত্ৰ দেশৰ সৈতে কুটনৈতিক বাৰ্তালাপ আৰম্ভ কৰিব বুলি কয়।

নেপালৰ বিদেশ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা বিজ্ঞপ্তিটোত নেপাল আৰু ভাৰতৰ বিদেশ মন্ত্ৰীদ্বয়ৰ নেতৃত্বত গঠিত সমিতিক সীমা বিবাদ সমাধান কৰাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে বুলি উল্লেখ কৰিছে।

‘‘দুয়োখন দেশৰ মাজত থকা সীমা বিবাদ দ্বিপাক্ষীয় বৈঠক আৰু সন্মতি ক্ৰমে সমাধান কৰা উচিত, এইক্ষেত্ৰত কোনোধৰণৰ একপক্ষীয় সিদ্ধান্ত নেপাল চৰকাৰে গ্ৰহণ নকৰে,’’ নেপালে নিজৰ বিবৃতিত কয়।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে শনিবাৰে জম্মু-কাশ্মীৰ আৰু লাডাখক লৈ দেশৰ নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল।

মানচিত্ৰখনত কালাপানীক উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ অন্তৰ্ভূক্ত হিচাপে দেখুওৱা হৈছে।

Recent News

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd