• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিকটকত মাৰ্ক জুকাৰবাৰ্গৰ গোপন একাউন্ট; আঁৰত লুকাই আছে কি ৰহস্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2019 9:49 am
facebook1_111419114541 212
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত টিকটক আমেৰিকাৰ পৰা আৰম্ভ কৰি ভাৰতলৈকে ছচিয়েল নেটৱৰ্কিং ক্ষেত্ৰত অদ্বিতীয় কোম্পানী ফে’চবুকৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে।

টিকটকৰ পৰা ফে’চবুকে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। খবৰ অনুসৰি, টিকটকৰ “বিজনেছ মডেল’বুজিবলৈ মাৰ্ক জুকাৰবাৰ্গে ইয়াত এটা গোপন একাউন্ট খুলিছে।

Apply Now

প্ৰকাশিত খবৰ মতে, টিকটক মডেলক ভাঙিবলৈকে সম্ভৱত: ফে’চবুকৰ সহ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে চীনৰ চুটি ভিডিঅ’ শ্বেয়াৰিং এপ টিকটকত এটা গোপন একাউন্ট খুলিছে।

একাউন্টটো এতিয়ালৈকে ভেৰিফাই হোৱা নাই যদিও “এট দ্য ৰেট ফিংকড’ ধৰণৰ পৰিচয় বহন কৰা এই একাউন্টটোও জুকাৰবাৰ্গৰ বাকী ছচিয়েল মিডিয়াৰ একাউন্ট টুইটাৰৰ দৰেই বুলি কোৱা হৈছে।

টিকটকত “এট দ্য ৰেট ফিংকড’ পৰিচয়ত এটাও প’ষ্টত কৰাহোৱা নাই। কিন্তু এই একাউন্টৰ ৪,০৫৫গৰাকী ফল’ৱাৰ্ছ আছে।

একাউন্টটোৰ অনুসৰণকাৰীৰ মাজত এৰিয়ানা গ্ৰাণ্ডে আৰু চেলেনা গোমেজৰ দৰে ব্যক্তিত্বও আছে। অনুসৰণকাৰীৰ মাজত লোৰেন গ্ৰে আৰু জেকব ছাট্ৰেৰিয়াছৰ দৰে টিকটক ছুপাৰষ্টাৰৰ সংখ্যাই সৰ্বাধিক।

বাজ ফিড নিউজত কোৱা হৈছে যে ২০১৬ত জুকাৰবাৰ্গে কেলিফৰ্ণিয়াত ফে’চবুকৰ মেনল’ পাৰ্ক মুখ্য কাৰ্যালয়ত মিউজিক্লিৰ সহ প্ৰতিষ্ঠাপক এলেক্স ঝুক আমন্ত্ৰণ কৰে যদিও দুয়োৰে মাজত আলোচনা সফল নহ’ল।

২০১৭চনত মিউজিক্লিক চীনৰ বৃহৎ কোম্পানী বাইট ড্যান্সে ৮০ কোটি ডলাৰৰ বিনিময়ত কিনি লয় আৰু নিজৰ ডোয়িন ভিডিঅ’ৰ এপ’ৰ সৈতে মিলি ইয়াক টিকটক নাম দিয়ে।

সম্প্ৰতি বিশ্বত টিকটকৰ ৮০ কোটি ব্যৱহাৰকাৰী আছে যাৰ ভিতৰত কেবল ভাৰতবৰ্ষতে আছে ২০ কোটি ব্যৱহাৰকাৰী।

টিকটকৰ বৰ্দ্ধিত জনপ্ৰিয়তালৈ লক্ষ্য কৰি ফে’চবুকৰ পৰিয়ালৰে ইনষ্টাগ্ৰামে এটা নতুন ভিডিঅ’-মিউজিক ৰিমিক্স ফিচাৰ “ৰিল্স’ মুকলি কৰে। ৰিল্সৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ১৫ছেকেণ্ডৰ মিউজিক ক্লিপ বনাই ইয়াৰ কাহিনীৰ মাধ্যমেৰ শ্বেয়াৰ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd