• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কবৰ শয়নে আনে মানসিক প্ৰশান্তি

নেদাৰলেণ্ডছৰ ৰেদবাউদ বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2019 8:54 pm
6.8k
VIEWS
Share on FacebookShare on Twitter

নেদাৰলেণ্ডছৰ ৰেদবাউদ বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ মানসিক শান্তিৰ বাবে লৈছে এক নাভূত-নাশ্ৰুত ব্যৱস্থা: কবৰত শয়ন।

নিজবেগেন চহৰস্থিত “পৰম্পৰাগত” দাচ্চ বিশ্ববিদ্যালয়খনে এই উদ্দেশ্যে কবৰ (grave) খান্দি উলিয়াইছে।

কবৰটো ৩০ মিনিটৰ পৰা ৩ ঘণ্টালৈকে সময়ৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ভাৰাত দিয়া হয়।

কবৰ শয়নৰ সময়ত ছাত্ৰ-ছাত্ৰীক ধ্যানমগ্ন হৈ থাকিবলৈ কোৱা হয়। গাঁতটোৰ কাষত লিখা থাকে: Stay Weird (অদ্ভূত হৈ থাকক)।

কবৰ শয়নৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক কিতাপ, ম’বাইল বা লেপটপ ইত্যাদি একো বস্তু নিবলৈ দিয়া নহয়।

কেৱল তলত পাৰিবলৈ এখন যোগ মেট্ৰেছ বা ঠাণ্ডা গুচাবলৈ এখন কম্বলৰহে অনুমতি দিয়া হয়।

আৰু কবৰ যি কবৰ! তাৰ উদ্দেশ্যও মানুহক মৃত্যুৰ অনুভৱেৰে মুখামুখি কৰোৱাই জীৱনৰ অৰ্থ আৱিষ্কাৰ কৰোৱাৰ দিহা।

এই প্ৰকল্পৰ নাম দিয়া হৈছে “Memento Mori”। অৰ্থ (লেতিন ভাষাত—তুমি এদিন মৰিবা)।

প্ৰকল্পটোৰ উদ্যোগ লৈছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী চেপেলৰ ষ্টাফ মেম্বাৰ জন হেকিঙে।

তেওঁৰমতে, কবৰ শয়নৰ উদ্দেশ্য শান্তিৰে মৰাৰ বাবে প্ৰস্তুত কৰোৱা আৰু পৃথিৱীত খৰচ কৰা সময়খিনি আৰু জীৱনৰ মূল্য উপলব্ধিত সহায় কৰা।

“জীৱনৰ সমাপ্তি, মৃত্যু, এক নিষিদ্ধ বস্তু, ছাত্ৰ-ছাত্ৰীৰ বাবে কঠিন…মৃত্যু পাতিবলৈ খুব টান এক বিষয়, বিশেষকৈ আপুনি যদি ১৮, ১৯, ২০ বছৰীয়া,” হেকিঙে কয়।

বহুতে ইয়াক প্ৰাচীন গ্ৰীক দৰ্শন স্ত’ইচিজমৰ প্ৰেৰণাত হোৱা বুলি মন্তব্য কৰিছে। হিন্দু ধৰ্মৰ কিছু ঠালত আৰু বিশেষকৈ বৌদ্ধ আৰু জে’ন ধৰ্মতো কঠোৰ জীৱন যাপন আৰু বেদনাৰ প্ৰতি নিস্পৃ্হতাৰ দিহা আছে।

অসমৰ নিজা শংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ পন্থাতো এক ঈশ্বৰত “মুক্তিতো নিস্পৃ্হ” সমৰ্পনকহে ভক্তি বোলা হৈছে আৰু তাৰ পোষকতা কৰা হৈছে।

আইদিয়াটো কেনে? বৰ হাঁহি উৰুৱাই দিবলগীয়া নহয় নেকি? আপুনি কি ভাবে?

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd