• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশক হৰুৱাই ধোনীৰ অভিলেখ ভংগ কোহলিৰ; ছামীৰো নতুন অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2019 9:18 am
34991-15737458008886-800

ফটো সৌজন্য: বিচিচিআই নিউজ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ বিৰুদ্ধে বেটিঙত ব্যৰ্থ হ’লেও অধিনায়ক হিচাপে পুনৰ সাফল্যৰ শিখৰত স্থান লাভ কৰিলে বিৰাট কোহলীয়ে। বাংলাদেশক টেষ্টত পৰাজিত কৰাৰ পাছতেই কোহলীয়ে গঢ়িলে নতুন অভিলেখ।

হোলকাৰ ষ্টেডিয়ামত সম্পূৰ্ণ তিনিদিনো তিষ্ঠিব নোৱাৰিলে বাংলাদেশী বেটছমেন। তাতেই মায়ংকৰ ৰাণৰ পাহাৰ আৰু ভাৰতীয় বলাৰ চমকৰ আগত বাংলাদেশৰ ক’ত যাও ক’ত লুকাও অৱস্থা।

Apply Now

ঘৰুৱা খেলপথাৰত একেৰাহে ছয়খন টেষ্টত বিজয় সাৱ্যস্ত কৰিলে ভাৰতে। লগতে ভাৰতীয় অধিনায়ক হিচাপে টেষ্টত আটাইতকৈ অধিকবাৰ ইনিংছত বিজয়ৰ অভিলেখ গঢ়িলে কোহলীয়ে।

ইয়াৰ পূৰ্বে এই তালিকাৰ শীৰ্ষত আছিল মহেন্দ্ৰ সিং ধোনী। তেওঁৰ নেতৃত্বত ভাৰতীয় দলে ঘৰুৱা খেলপথাৰত ন’বাৰকৈ ইনিংছ ব্যৱধানত টেষ্টত জয়লাভ কৰিছিল।

বিৰাট কোহলীয়ে ধোনীৰ অভিলেখ ভংগ কৰি দহবাৰকৈ ইনিংছ ব্যৱধানত বিজয়ৰ অভিলেখ গঢ়িলে।

এইক্ষেত্ৰত আঠ আৰু সাতবাৰকৈ বিভিন্ন দলক ইনিংছ ব্যৱধানত পৰাজিত কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে মহম্মদ আজাহাৰুদ্দিন আৰু সৌৰভ গাংগুলী।

অৱশ্যে,বিশ্ব ক্ৰিকেটত এই তালিকাত কোহলীৰ স্থান সাত নম্বৰত। এইক্ষেত্ৰত সৰ্বাধিক ইনিংছ বিজয়ৰ অভিলেখৰ অধিকাৰী অধিনায়কগৰাকী হ’ল দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ। তেওঁৰ নামত আছে ২২বাৰকৈ ইনিংছ ব্যৱধানত বিজয়ৰ অভিলেখ।

বাংলাদেশৰ বিৰুদ্ধে কোহলীৰ অভিলেখৰ উপৰি আন এক অভিলেখৰ অধিকাৰী হ’ল মহম্মদ ছামী। দুৰ্দান্ত প্ৰদৰ্শনেৰে পেচাৰগৰাকীয়ে শনিবাৰে চাৰিগৰাকীকৈ বাংলাদেশী বেটছমেনক পেভলিয়নলৈ পঠিয়ায়।

ইয়াৰ বাবেই যোৱাবছৰ দ্বিতীয় ইনিংছত খেলা শ্ৰেষ্ঠ বলাৰৰ খিতাপ লাভ কৰিলে ছামীয়ে। যোৱা দুবছৰত ২০টা ইনিংছত ৫১টা উইকেট লাভ কৰিছে ছামীয়ে। এই তালিকাত ছামীৰ পাছতেই আছে অষ্ট্ৰেলিয়াৰ পেট কামিন্স।

এক ইনিংছ আৰু ১৩০ ৰাণত বাংলাদেশক হৰুৱাই দুখন টেষ্টৰ ছিৰিজটোত ভাৰত ১-০ব্যৱধানত আগবাঢ়ি থাকিল। ২৪৩ ৰাণৰ মাৰাথন ইনিংছ খেলা মায়ংক আগৰৱালে লাভ কৰে মেন অফ দ্য মেচৰ পুৰষ্কাৰ।

এতিয়া কলকাতাৰ ইডেন গাৰ্ডেনত খেলিবলগীয়া দ্বিতীয়খন টেষ্ট তথা ভাৰতত প্ৰথমখন দিবা-নৈশ টেষ্টৰ বাবে ক্ৰিকেট অনুৰাগীসকলে অত্যন্ত আগ্ৰহেৰে অপেক্ষা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd