• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ নেতাৰ ঠিকাদাৰক ধন দাবীৰ পাছতে ‘চান্দা সংস্কৃতি’ নিষিদ্ধ জিলা প্ৰশাসনৰ

নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ পাছতে তৎপৰ গোলাঘাট জিলা প্ৰশাসন; ‘চান্দা বিচৰা’, ‘ধন দাবী’ত জড়ুুিতৰ বিৰুদ্ধে ল’ব আইনী ব্যৱস্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 17, 2019 9:39 pm
Golaghat Money Collection
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় তেল শোধানাগাৰৰ এজন ঠিকাদাৰক ধন দাবী কৰা দুই আছু নেতাৰ টেলিফোনিক বাৰ্তালাপসহ নৰ্থ ইষ্ট নাওত যোৱা ১৪ নৱেম্বৰৰ দিনা এটা বাতৰি প্ৰকাশ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসন।

১৫ নৱেম্বৰত গোলাঘাট জিলা দণ্ডাধীশ ধীৰেন হাজৰিকাই জিলাখনত ‘চান্দা সংস্কৃতি’ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

জাননীখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে টকা-পইচা সংগ্ৰহ (চান্দা), অথবা দান-বৰঙনি, ৰাস্তাত বা ব্যক্তি, ব্যৱসায়ী বা কোনো কাৰ্য্যালয়ৰ পৰা কোনো সংগঠন অথবা ব্যক্তিয়ে ধন সংগ্ৰহ কৰা নিষিদ্ধ।

বিশেষ জৰুৰীকালীনভাৱে এই জাননী জাৰি কৰা হৈছে বুলি জাননীত উল্লেখ আছে তথা তৎকালীনভাৱে কাৰ্য্যকৰী কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

এই নিৰ্দেশনা ভংগ কৰাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাত আইনী শাস্তি প্ৰদান কৰা হ’ব বুলিও জাননীত উল্লেখ।

উল্লেখযোগ্য যে, আছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিক সাধাৰণ সম্পাদক চম্পক বৰাই ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰাৰ বাবে টেলিফোনত নুমলীগড় তেল শোধানাগাৰৰ ঠিকাদাৰ চাহানুৰ আহমেদক ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

এই সম্পৰ্কীয় এটা টেলিফোনিক বাৰ্তালাপো ৰাজহুৱা হৈছিল, যিটোৰ সৈতে নৰ্থ-ইষ্ট নাওত বাতৰি পৰিৱেশিত হৈছিল।

ধন দাবীৰ পিছত চাহানুৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিকৰ সাধাৰণ সম্পাদক চম্পক বৰাৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ তুলি গোলাঘাট সদৰ থানাত এজাহাৰ দিছিল।

তেওঁৰ এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ১১ নবেম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮৫ ধাৰাত ১১১২/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যাহত ৰখা বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd