• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অন্তৰংগ’ দৃশ্যৰ শ্বুটিঙত নিজক ‘চম্ভালিব’ নোৱাৰিলে এইসকল অভিনেতাই, পৰিণতি?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2019 4:03 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰ্শকক মনোৰঞ্জন দিয়াৰ নামত বলিউডৰ ‘মছলাধৰ্মী’ চিনেমাত প্ৰায়ে যৌন উত্তেজনামূলক দৃশ্যৰ পয়োভৰ দেখা যায়। চুম্বন বা ‘বিশেষ ঘনিষ্ঠ’ মূহুৰ্তৰ দৃশ্য এতিয়াৰ বলিউডি ছবিত তেনেই সুলভ।

পিছে এনে ‘বিশেষ’ দৃশ্যসমূহৰ শ্বুটিঙৰ সময়ত চিনেমাৰ চে’টত কি কি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া আপুনি গম পাইনে।

Apply Now

এনে ঘটনাও ঘটিছে য’ত পৰিচালকে ‘কাট’ কোৱাৰ পিছতো কোনো অভিনেতা/অভিনেত্ৰীয়ে ‘অন্তৰংগ মূহুৰ্ত’তে ব্যস্ত থাকে।

কেইগৰাকীমান অভিনেতাৰ সৈতে ঘটা তেনে কিছু ঘটনা পঢ়ক :

১. ৰণবীৰ কাপুৰ আৰু ইভলিন শৰ্মা : ‘য়ে জাৱানী হে দীৱানী’ নামৰ চিনেমাখনৰ এটা অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়ত ৰণবীৰে পৰিচালকে ‘কাট’ কোৱাৰ পিছতো ইভলিন শৰ্মাক চুমা খাবলৈ বন্ধ কৰা নাছিল।

২. ৰুছলান মুমটাজ আৰু চেতনা পাণ্ডে : এখন ছবিৰ এটা ‘ঘনিষ্ঠ’ দৃশ্যৰ শ্বুটিং চলি থকা অৱস্থাত ৰুছলানে ‘ভুলতে’ চেতনাই পিন্ধী থকা কাপোৰৰ হুক খুলি দিছিল। অৱশ্যে পিছত তেওঁ অভিনেত্ৰী গৰাকীক ক্ষমা খোজে।

৩. জেকলিন আৰু সিদ্ধাৰ্থ : এওঁলোক দুগৰাকীয়েও এবাৰ এটা বিশেষ দৃশ্যত পৰিচালকে ‘কাট’ কোৱাৰ পিছতো বহু সময় ধৰি ইজনে-সিজনক চুমা খাই আছিল।

৪. ৰঞ্জিত আৰু মাধুৰী দিক্ষীত : এওঁলোক দুজনে অভিনয় কৰা ‘প্ৰেম প্ৰতিজ্ঞা’ নামৰ ছবিখনত এটা ধৰ্ষণৰ দৃশ্য আছিল। এই দৃশ্যৰ অভিনয়ৰ সময়ত ৰঞ্জিতে মাধুৰি দিক্ষীতক ‘জোৰ-জবৰদস্তি’ কৰিবলৈ উদ্যত হৈছিল। যাৰ বাবে পিছত মাধুৰীয়ে তেওঁক গাত হাত নিদিবলৈ সকিয়াই দিছিল।

৫. বিনোদ খান্না আৰু মাধুৰী দিক্ষীত : ‘দয়াৱান’ নামৰ ছবিখনত চুম্বনৰ এটা দৃশ্য আছে। সেই দৃশ্যত বিনোদ খান্না ইমানেই মগ্ন হৈ পৰে যে তেওঁ মাধুৰীৰ ওঁঠত কামুৰি দিয়ে।

৬. বিনোদ খান্না আৰু ডিম্পল কাপাডিয়া : ‘প্ৰেম ধৰম’ নামৰ চিনেমাখনত বিনোদ খান্না আৰু ডিম্পল কাপাডিয়াৰ মাজত থকা এটা চুম্বনৰ দৃশ্যত পৰিচালকে ‘কাট’ কোৱাৰ পিছতো বিনোদ খান্নাই অভিনেত্ৰী গৰাকীক বহু সময় ধৰি চুম্বন কৰি আছিল। ইয়াৰ বাবে পিছত পৰিচালক মহেশ ভাটে ডিম্পল কাপাডিয়াক ক্ষমা খুজিবলগীয়া হয়।

৭. টাইগাৰ শ্ৰফ আৰু জেকলিন : এওঁলোক দুজনৰ ক্ষেত্ৰটো এখন চিনেমাৰ শ্বুটিঙত একেই ঘটনা ঘটে। পৰিচালক ৰেম’ ডি’চুজাই কোৱা মতে এবাৰ এটা চুম্বনৰ দৃশ্যত টাইগাৰ আৰু জেকলিনে ‘কাট’ কোৱাৰ পিছতো  চুমা খাবলৈ বন্ধ কৰা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd