• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় ৰেলৱেৰ ভিতৰত লামডিং মণ্ডল শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰূপে পৰিগণিত; সম্বলপুৰ আৰু আহমেদাবাদ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত  

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2019 6:49 pm
Lumding divission

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰেলৱে’ৰ সমগ্ৰ মণ্ডলসমূহৰ ভিতৰত প্ৰতিযোগিতাৰ মনোভাৱ আৰু মানসম্পন্নতা কাৰ্য্যকৰী কৰাৰ অৰ্থে কেনেদৰে মণ্ডলসমূহে ফলপ্ৰসুভাৱে বিভিন্ন ৰেল পৰিচালন, বিত্তীয় আৰু অন্যান্য সাংগঠনিক উদ্দেশ্যসমূহ সম্পাদন কৰিছে, তাৰবাবে ৰেলৱেইই কী পাৰফৰমেন্স ইণ্ডিকেটৰৰ(কেপিআই)এটা আৰ্হি প্ৰস্তুত কৰি তুলিছে।

কেপিআইএ সাধাৰণতে সুৰক্ষাত্মক কামকাজ, মালভাৰা আৰু যাত্ৰীৰ যাতায়ত, বিত্তীয় কৰ্ম সম্পাদন,গতিশীলতা, পুনৰ কাৰ্য্যকৰীকৰণ, ক্ষমতাৰ ব্যৱহাৰ, সম্পদৰ বিশ্বাসযোগ্যতা, নিয়মানুৱৰ্ত্তিতা, মানৱ সম্পদৰ বিকাশ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিৰীক্ষণ কৰে।

Apply Now

সমগ্ৰ মণ্ডলে প্ৰায় সমস্ত কেপিআইৰ বাবে মাহিলী ভিত্তিত ডাটা/তথ্যৰ অন্তৰ্ভূক্ত কৰাটো আৱশ্যক।

কিছুসংখ্যক কেপিআইৰ বাবে কেৱল ছয়মহীয়া সময়সীমাৰ আধাৰত মণ্ডলসমূহে তথ্য অন্তৰ্ভূক্ত কৰাটো আৱশ্যক।

কিছুসংখ্যক কেপিআইৰ বাবে চলিত বৰ্ষৰ কৰ্মসম্পাদন তুলনাত্মকভাৱে কৰা হয়। যেনে-সুৰক্ষাৰ কামকাজ, বিত্তীয় আৰু ব্যৱসায়জনিত প্ৰদৰ্শন, স্থায়ী গতিৰোধক অপসাৰণ আদি।

আনহাতে, কিছুসংখ্যক কেপিআইৰ কৰ্ম সম্পাদন চলিত বৰ্ষৰ কৰ্মসম্পাদনৰ তুলনাত যোৱ বৰ্ষৰ কামকাজ, যেনে- ৰেল ফ্ৰেকচাৰ, ইঞ্জিন ফেইলাৰ, চিগনেল ফেইলাৰ আদিৰ তুলনাত ৰেল সেৱাৰ উন্নতকৰণৰ অৰ্থে সম্পাদন কৰা হয়।

সংশ্লিষ্ট মণ্ডলসমূহৰ দ্বাৰা প্ৰহৰী নিযুক্ত এলচি গেটৰ অপসাৰণ, ট্ৰেকৰ নৱীকৰণ, ট্ৰেক আৰু টাৰ্ণ আউটৰ ডীপ স্ক্ৰীনিং, সম্পূৰ্ণ ৰাজহ, চানড্ৰাই আৰ্ণিং, প্ৰাৰম্ভ হোৱা ৰে’লত মালৰ লোডিং, প্ৰাৰম্ভিক যাত্ৰীৰ যাতায়ত, মালবাহী ৰেলৰ গতিবেগ বৃদ্ধি আদি বিভিন্ন বিষয়ত গুৰুত্ব প্ৰদান কৰা হয়।

অলপতে প্ৰকাশিত বিগত অক্টোবৰ মাহৰ কেপিআই ডাটা অনুসাৰে, উত্তৰ-পূব সীমান্ত ৰেলৱে লামডিং মণ্ডলে সৰ্ব্বোচ্চ স্থান অধিকাৰ কৰি ব্যতিক্ৰমী ৰূপত কৰ্ম সম্পাদন কৰিছে।

ইয়াৰ ঠিক পাছতেই সম্বলপুৰ মণ্ডলে দ্বিতীয় আৰু আহমেদাবাদে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

সমগ্ৰ মুঠ নম্বৰৰ ভিতৰত লামডিং মণ্ডলে ৯৪ শতাংশ লাভ কৰিবলৈ সক্ষম হয়। বিগত অক্টোবৰ মাহত লামডিং মণ্ডলৰ নিয়মানুৱৰ্তিতাৰ প্ৰদৰ্শন ৯৫ শতাংশ আৰু সুৰক্ষাজনিত কামকাজত ১০০ শতাংশ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ ভাৰতীয় ৰেলৱেৰ সমস্ত মণ্ডলসমূহৰ ভিতৰত প্ৰাপ্ত এই সফলতা কঠোৰ পৰিশ্ৰম, মণ্ডলসমূহৰ আৰু মুখ্য কাৰ্য্যালয়ৰ সকলো স্তৰৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীৰ দ্বাৰা কৰা পৰিকল্পনা, পৰ্যবেক্ষণ আৰু কৰ্মসম্পাদনৰ বাবে সম্ভৱ হৈছে বুলি লামডিং মণ্ডলৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd