• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচলক দ্বিতীয় দোকলাম হ’বলৈ নিদিব : চৰকাৰক অনুৰোধ সাংসদ টাপিৰ গাৱৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2019 12:41 pm
tapir-gao-

অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ টাপিৰ গাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ প্ৰদেশৰ ৫০ কিলোমিটাৰতকৈও অধিক ভূমি চীনে আগ্ৰাসন কৰা বুলি মঙলবাৰে সদনৰ মজিয়াত মন্তব্য কৰিছে ৰাজ্যখনৰ বিজেপি সাংসদ টাপিৰ গাৱে।

লোকসভাৰ শূন্যকালীন ঘণ্টাত এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰি সাংসদগৰাকীয়ে অৰুণাচলক দ্বিতীয় দোকলামত পৰিণত নকৰিবলৈ চৰকাৰক অনুৰোধ জনায়।

Apply Now

গাৱে লগতে কয় যে যেতিয়াই ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী নাইবা গৃহ মন্ত্ৰী অৰুণাচল ভ্ৰমণলৈ যায় তেতিয়াই চীনে বিভিন্ন আপত্তিজনক মন্তব্য কৰা পৰিলক্ষিত হয়।

অলপতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টাৱাং ভ্ৰমণলৈ যোৱাৰ সময়ত চীনে সংবাদমেলৰ জৰিয়তে বিভিন্ন প্ৰশ্ন উত্থাপন কৰা বুলিও গাৱে সদনত সদৰী কৰে।

সাংসদগৰাকীয়ে লগতে কয় যে চীনে বাৰম্বাৰ এইদৰে আপত্তি দৰ্শোৱাৰ পিছতো আমাৰ চৰকাৰ, দল-সংগঠন তথা সংবাদ মাধ্যমে চীনৰ আগ্ৰাসনৰ বিষয়ে মাত নামাতে।

ইয়াৰ উপৰি চলিত বছৰৰ চেপ্তেম্বৰ মাহতো সাংসদগৰাকীয়ে চীনা সৈন্যই ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি অৰুণাচলৰ অঞ্জাও জিলাৰ সীমান্ত অঞ্চলত দলং নিৰ্মাণ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছিল।

কিন্তু ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশত ভাৰত-চীন সীমান্তত কোনোধৰণৰ সমস্যা নাই বুলি মন্তব্য আগবঢ়াইছিল।

উল্লেখ্য যে ১৯৬১ চনৰ পৰা ভুটানৰ মানচিত্ৰত অন্তৰ্ভুক্ত ছিকিমৰ সীমান্তৱৰ্তী অঞ্চল দোকলামত ২০১৭ চনত চীনা সৈন্যই পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। পিছত এই কাৰ্যক বাধা দিবলৈ অঞ্চলটোত ভাৰতীয় সেনাৰ প্ৰৱেশ ঘটাত এক অচলাৱস্থাৰ সৃষ্টি হয়।

চীনে নিজৰ বুলি দাবী কৰা অহা দোকলামত ৭৩ দিনলৈ অব্যাহত থকা অচলাৱস্থাৰ অন্ত পৰে ২০১৭ চনৰ ২৮ আগষ্টত। ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত হোৱা এক চুক্তি মৰ্মে চীনে নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ মান্তি হয় আৰু ভাৰতে দোকলামৰ পৰা নিজৰ সৈন্য বাহিনী প্ৰত্যাহাৰ কৰে।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত প্ৰায় ৪০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে যাক বৰ্তমানো নিৰ্দিষ্টভাৱে সীমাংকন কৰা হোৱা নায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd