• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানত আগ্ৰহী নহয় ৰঞ্জিৎ দাস, শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চক সাক্ষাৎৰ সময় দিও উপস্থিত নহ’ল দাস  

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 23, 2019 12:05 pm
Ranjit Das

ৰঞ্জিৎ দাস

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনা বেতনে মানৱ সম্পদ গঢ় দি অহা ৰাজ্যৰ ভেন্সাৰ শিক্ষক কৰ্মচাৰীসকলক সাক্ষাতৰ সময় দিও যথা সময়ত উপস্থিত নহল ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাস।

অসমৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানৰ আশাত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসক এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ বৰপেটা জিলা সমিতিয়ে।

Apply Now

ঐক্যমঞ্চৰ প্ৰতিনিধিসকলে যোৱা ১৭ নবেম্বৰত কলহভাঙা গাঁও পঞ্চায়তৰ সভাত সৰভোগৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসক লগ ধৰি সাক্ষাতৰ সময় বিচিৰাছিল আৰু সৰভোগৰ বিধায়ক গৰাকীয়ে ২২ নবেম্বৰ শুকুৰবাৰে বৰপেটাৰোডস্থিত গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত দিনৰ ১০ বজাত সাক্ষাতৰ সময় দিছিল।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ সময় অনুসৰি শুকুৰবাৰে দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী সকলে ৰঞ্জিৎ কুমাৰ দাসক   সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিয়াৰ বাবে বৰপেটাৰোডস্থিত গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত উপস্থিত হয়।

কিন্তু শিক্ষক কৰ্মচাৰী সকলৰ প্ৰতিনিধি সকলে আজি পৰিদৰ্শন বাংলাটোত সুদীৰ্ঘ পাঁচ ঘন্টা ধৰি সৰভোগৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসক অপেক্ষা কৰে যদিও বিধায়ক গৰাকীয়ে প্ৰতিনিধিৰ দলটোক কোনো খবৰ নিদিয়াকৈ পৰিদৰ্শন বাংলালৈ অহাৰ পৰা বিৰত থাকে৷

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক গৰাকীৰ এনে কাৰ্যক সহজ ভাবে মানি লব পৰা নাই শিক্ষক কৰ্মচাৰীৰ প্ৰতিনিধিৰ দলটোৱে৷

বৰপেটা জিলা শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই এই সন্দৰ্ভত ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চূড়ান্তভাবে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে৷

‘‘ৰাজ্যৰ ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধান কৰাত চৰকাৰখন যে মুঠেই আগ্ৰহী নহয় তাৰ প্ৰমাণ আজি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে দিলে’’, ঐক্যমঞ্চৰ প্ৰতিনিধি দলটোৱে কয়৷

ভেন্সাৰ শিক্ষক কৰ্মচাৰীক কৰা ব্যৱহাৰৰ কুফল ৰঞ্জিৎ দাসে অতি শীঘ্ৰে লাভ কৰিব বুলিও আক্ষেপেৰে কয় ঐক্যমঞ্চৰ প্ৰতিনিধিসকলে৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

Stay Connected

  • 117k Fans

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd