• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যক্তিগতকৰণ হোৱা নাই ভাৰতীয় ৰে’লৱেৰ; ৰাজ্যসভাত ৰেল মন্ত্ৰী পিযুষ গোৱেলৰ উত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2019 2:05 pm
piyush-goyal

ৰেল মন্ত্ৰী

362
VIEWS
Share on FacebookShare on Twitter

ৰেল মন্ত্ৰী পিযুষ গোৱেলে শুকুৰবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’লৱেক ব্যক্তিগতকৰণ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে।

ৰাজ্যসভাত ৰেল সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত গোৱেলে কয়, ‘‘ভাৰতীয় ৰে’লৱেক চৰকাৰে ব্যক্তিগতকৰণ কৰা নাই মাত্ৰ পৰিচালনাৰ সুবিধাৰ্থে নিৰ্দিষ্ট কিছু সেৱা ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া হৈছে যাৰ দ্বাৰা যাত্ৰীসকল উপকৃত হ’ব’’।

আনহাতে, অনাগত বাৰ বছৰত ভাৰতীয় ৰে’লৱেক পৰিচালনা কৰাৰ ক্ষেত্ৰত বৃহৎ পৰিমানৰ ধনৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি গোৱেলে এইক্ষেত্ৰত ব্যক্তিগত বিনিয়োগৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰে।

ব্যক্তিগত বিনিয়োগৰ ফলত বৰ্তমান ৰে’ল বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী সকলৰ কোনোধৰণৰ ক্ষতি নহয় বুলিও ৰেল মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’লৱেক ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গটাই দিব বুলি বাতৰি প্ৰকাশ পাই আহিছিল যদিও আজি ৰাজ্যসভাত ৰেল মন্ত্ৰীৰ উত্তৰত ভাৰতীয় ৰে’লৱেক ব্যক্তিগতকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা কথাটো স্পষ্ট হৈ পৰিল।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd