• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত এৰিছে বাংলাদেশীয়ে, যোৱা ২০ দিনত ১৮০ গৰাকীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2019 4:45 pm
Bangladesh pm hasina Homecoming: BGB arrests 180 Bangladeshis returning from India

বাংলাদেশী প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধভাৱে থকা বহু বাংলাদেশী নাগৰিকে ভাৰত এৰিছে। যোৱা এমাহত এই সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।

মূলতঃ শ্ৰমিক এই লোকসকলৰ স্বদেশ প্ৰত্যাৱৰ্তনো সহজ হৈ থকা নাই। ভাৰতীয় সংস্থাৰ সলনি ব’ৰ্দাৰ গাৰ্দছ বাংলাদেশ (BGB)ৰ হাতত এওঁলোক গ্ৰেপ্তাৰ হ’ব লগা হৈছে।

বি জি বিয়ে যোৱা ২০ দিনত ভাৰতৰ পৰা ঘূৰি যোৱা এনে ১৮০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

বাংলাদেশৰ আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে, এনে প্ৰত্যাৱৰ্তন অস্বাভাৱিক নহয়, কিন্তু শেহতীয়া হাৰ অভূতপূৰ্ব।

বাংলাদেশী কৰ্তৃপক্ষই প্ৰথমে এই ঘটনাক ওলোটা প্ৰব্ৰজন বুলি ভাবিছিল। কিন্তু, গ্ৰেপ্তাৰৰ পিছত পোহৰলৈ আহে যে তেওঁলোকৰ তাত পৰিয়াল-সম্পত্তি আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এইসকলৰ বহুতৰে ভাৰতীয় নাগৰিকত্বৰ নথি-পত্ৰ আছে আৰু বহুসংখ্যকেই যোৱা ৫ৰ পৰা ১২ বছৰ ধৰি ভাৰতত আছিল।

গ্ৰেপ্তাৰ হোৱা আটাইকেইজন লোকক পশ্চিম বংগৰ নাদিয়াৰ কাষৰ বাংলাদেশী জিলা ঝেনাইদাহৰ মহেশপুৰ আৰক্ষী থানাত গতাই দিয়া হৈছে।

“তেওঁলোকে ভাৰতত কাম কৰিবলৈ যোৱা বুলি কৈছে আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবে ঘূৰি আহিছে। বেছিখিনি লোকেই বেংগালুৰুত আছিল,” মহেশপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাচেদুল আলমৰ মন্তব্য।

ধাৰণা কৰা হৈছে, ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশজুৰি এন আৰ চি কৰা হ’ব বুলি কৰা ঘোষণা আৰু বেংগালুৰুত আৰক্ষীৰ শেহতীয়া তালাচীৰ ফলত বাংলাদেশী লোকসকল আতংকিত হৈছে।

লগতে পঢ়ক–  ৬১ গৰাকী “বাংলাদেশী”ক লৈ উপস্থিত ৰে’ল, ক’লকাতাত প্ৰতিবাদ

৬১ গৰাকী “বাংলাদেশী” লোকক শনিবাৰে পশ্চিম বংগ-বাংলাদেশ সীমান্তৰ পেত্ৰাপ’ল-বেনাপ’ললৈ বিতাড়নৰ বাবে নিয়া হৈছে বুলি বাতৰি ওলাইছিল।

বেংগালুৰু আৰক্ষীয়ে যোৱা মাহত এক অভিযানত এই লোকসকলক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

September 12, 2025 8:07 am
চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

September 12, 2025 7:15 am
মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

September 12, 2025 6:30 am
ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

September 12, 2025 8:07 am
চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

September 12, 2025 7:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd