• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মন কি বাত’ত অসমীয়াৰ অতিথি পৰায়ণতাক প্ৰশংসা প্ৰধান মন্ত্ৰী মোদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2019 9:58 pm
PM-Narendra-Modi

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো

988
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অলপতে অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ পুষ্কৰম মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ লোকসকলক অসমৰ ৰাইজে যিদৰে সেৱা শুশ্ৰুষা কৰিলে তাৰ বাবে অসমবাসীক ধন্যবাদ জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰী মোদীয়ে আজি দেশবাসীক উদ্দেশ্যি ‘মন কি বাত’ত দিয়া ভাষণত উক্ত ধন্যবাদসূচক মন্তব্যটো প্ৰদান কৰে।

‘অসমবাসীয়ে দেখুওৱা আতিথ্যৰ বাবে মই তেওঁলোকক প্ৰশংসা কৰিব বিচাৰিছো’, প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে ধন্যবাদ জনায় অসমবাসীক।

তেওঁ লগতে কয়, ‘দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক উষ্ম আদৰণি জনাইছে। আয়োজকে পৰিস্কাৰ-পৰিচ্চন্নতাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে অঞ্চলটো প্লাষ্টিক মুক্ত কৰি ৰখাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছিল’।

ইয়াৰ উপৰি তেওঁ কয়, ‘নগাঁৱৰ ৰমেশ শৰ্মাই লিখিছে যে ৪ৰ পৰা ১৬ নৱেম্বৰলৈ ব্ৰহ্মপুত্ৰ পুষ্কৰম মেলা অনুষ্ঠিত হৈছিল আৰু তাত দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে অংশ লয়’।

পুষ্কৰম মেলাৰ কথা উল্লেখ কৰি মোদীয়ে পুনৰ কয়, ‘ব্ৰহ্মপুত্ৰ পুস্কৰ মহোৎসৱৰ কথা দেশৰ বেছিভাগ মানুহেই নাজানে।যদি মহোৎসৱখনক আন্তঃৰাষ্ট্ৰীয় নদী মহোৎসৱ বা তেনে কোনো অন্য নামেৰে নামকৰণ কৰা হ’লহেতেন তেতিয়া দেশবাসীৰ বাবে এয়া এক অত্যন্ত চৰ্চিত বিষয় হৈ পৰিলহেতেন’।

মন কি বাতৰ শেষৰ ফালে প্ৰধান মন্ত্ৰীগৰাকীয়ে এই উৎসৱৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে অহা বছৰ এই উৎসৱ অন্ধ্ৰ প্ৰদেশত আয়োজন কৰা হ’ব বুলি উল্লেখ কৰে।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd