• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিনিমাম বেলেন্সৰ নামত দুখীয়া গ্ৰাহকৰ পৰা ৰাজহুৱা খণ্ডৰ বেংকে এই বছৰ সংগ্ৰহ কৰিলে ১,৯৯৬.৪৬ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2019 6:39 pm
Minimum Balance
3.3k
VIEWS
Share on FacebookShare on Twitter

এছ বি আইকে ধৰি দেশৰ ৰাজহুৱা খণ্ডৰ বেংকবোৰে একাউণ্টত নিম্নতম জমা ৰাখিব নোৱৰা দুখীয়া গ্ৰাহকৰ পৰা যোৱা ২০১৮-১৯ বৰ্ষটোত জৰিমনা হিচাপে সংগ্ৰহ কৰিছে ১,৯৯৬.৪৬ কোটি টকা।

এই তথ্য ২৫ নৱেম্বৰত সংসদৰ মজিয়াত ৰাজহুৱা কৰা হৈছে।

এই পৰিমাণ ২০১৬-১৭ বৰ্ষত আছিল ৭৯০.২২ কোটি টকা আৰু ২০১৭-১৮ বৰ্ষটোত আছিল ৩,৩৬৮.৪২ টকা।

কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে লোকসভাত দিয়া এটা লিখিত উত্তৰত এই তথ্যখিনি অৱগত কৰে।

উল্লেখ কৰিব পাৰি যে ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ পুঁজিপতিক বৃহৎ পৰিমাণৰ ঋণ ৰেহাইৰ পৰিৱৰ্তে নিম্নতম জমা বৰ্তাই ৰাখিব নোৱৰা দুখীয়া গ্ৰাহকৰ পৰা টকা চান কঢ়া এই নীতি ব্যাপক সমালোচনাৰ সন্মুখীন হৈ আহিছে।

২০১২ চনত এই নীতি বন্ধ কৰা এছ বি আয়ে ২০১৭ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা পুনৰ এই মাচুল প্ৰৱৰ্তন কৰিছিল। সমালোচনাৰ পিছত ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংকটোৱে ২০১৭ চনৰ ১ অক্টোবৰৰ পৰা এই জৰিমনাৰ হাৰ হ্ৰাস কৰিছিল।

আনহাতে ঠাকুৰে জনাইছে যে বেংকবোৰে প্ৰধান মন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা একাউণ্টবোৰকে ধৰি বেছিক ছেভিংছ বেংক একাউণ্টবোৰক এই নীতিৰ বাহিৰত ৰাখিছে।

উত্তৰটোত এই কথাও জনা গৈছে যে ২০১৬ চনৰ মাৰ্চ পৰ্য্যন্ত ৫৭.৩ কোটি বেছিক ছেভিংছ একাউণ্ট খোলা হৈছে, যাৰ ভিতৰত ৩৫.২৭ কোটিটা হ’ল জন ধন একাউণ্ট।

Recent News

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd