• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনাত বাইক আৰোহী যুৱকৰ মৃত্যু; সংকতজনক অৱস্থান চিকিৎসাধীন এজন যুৱক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 26, 2019 7:50 pm
Boy who lost his life in accident

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজন

10.5k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে সন্ধিয়া শিৱসাগৰৰ দৰিকাপাৰৰ এন আৰ এল তেল ডিপোৰ সমীপত  এখন বাইক আৰু চেন্ট্ৰ’ গাড়ীৰ মাজত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত দুৰ্লভ হাজৰিকা নামৰ এগৰাকী যুৱকে কৰুণ মৃত্যুক সাৱতি লোৱাৰ লগতে দীপাংকৰ হাজৰিকা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, বাইক আৰোহী দুগৰাকীয়ে দুলিয়াজানৰ পৰা শিৱসাগৰৰ দিচাংমুখৰ নিজ গৃহলৈ আহি থকা অৱস্থাত এন আৰ এল ডিপুৰ সমীপতে দুৰ্ঘটনাটো সংঘটিত হয়।

চেন্ট্ৰ’খনৰ চালক জনে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ লগতে ভুল দিশে গাড়ী চলাই আহিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে।

স্থানীয় লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী দুগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও আঘাত গুৰুতৰ হোৱা বাবে দুয়োকো ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তে নিশা প্ৰায় ৯.৩০ বজাত দুৰ্লভ হাজৰিকা(বাবলু)ৰ মৃত্যু হয়।

আনজন যুৱক দীপাংকৰ হাজৰিকা বৰ্তমানো সংকতজনক অৱস্থাত আছে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা সুৰাসক্ত চেন্ট্ৰ’ চালকজনক শিৱসাগৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটক কৰে যদিও নিশা ৯ মান বজাত জামিনত মুকলি কৰি দিয়ে।

দুৰ্ঘটনাত মৃত্যু হোৱা দুৰ্লভ হাজৰিকা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দিচাংমুখ আঞ্চলিকৰ সক্ৰিয় সদস্য আছিল।

দুৰ্ঘটনাত মৃত্যু হোৱা দুৰ্লভ হাজৰিকা আৰু আঘাতপ্ৰাপ্ত দীপাংকৰ হাজৰিকাৰ পৰিয়ালক  ক্ষতিপূৰণ দিয়াৰ লগতে ঘটনাৰ তদন্ত বিচাৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দিচাংমুখ আঞ্চলিকে শিৱসাগৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

 

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd