• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাজেলাৰ বিৰুদ্ধে কিয় চি বি আইৰ কাষ চাপিলে APW?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 28, 2019 4:41 pm
Prateek Hejela

প্ৰতীক হাজেলাৰ ফাইল ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আজি অৰ্থাৎ বৃহস্পতিবাৰে চিবিআইত গোচৰ দিয়ে অসম পাব্লিক ৱৰ্কচ চমুকৈ APW য়ে।

সংগঠনটোৰ হৈ ৰাজীৱ বৰাই এক লেখ আবেদনৰ জৰিয়তে মহানগৰীৰ বেতকুচিস্থিত চিবিআই অসম শাখাৰ মুখ্য কাৰ্য্যালয়ত গোচৰ দিয়ে।

Apply Now

লেখ আবেদনত বৰাই স্পষ্টকৈ উল্লেখ কৰিছে যে তথ্য অনুসৰি এনআৰচি প্ৰক্ৰিয়াটোত এক বিশাল দুৰ্নীতি হৈছিল।

‘এইটো উল্লেখ কৰা প্ৰয়োজনীয় যে উল্লেখিত বিষয়াজনে কেনেধৰণে এনআৰচিৰ কাম-কাজ কৰিছিল তাৰ কোনো ৰেকৰ্ড নাই বা কেগৰ দ্বাৰা নিৰীক্ষণ কৰা হোৱা নাই।‘ বৰাৰ লেখ আবেদনত উল্লেখ।

বৰাই আৰু লিখিছে ‘বিদ্যালয়ৰ বৃহৎ সংখ্যক শিক্ষকক প্ৰতীক হাজেলাৰ দ্বাৰা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত নিয়োগ কৰা হৈছিল। কোনো এগৰাকী শিক্ষককে তেওঁলোকৰ পাৰিশ্ৰমিক দিয়া হোৱা নাই, কিন্তু বৃহৎ পৰিমাণৰ ধন শিক্ষকসকলক দিয়া বুলি দেখুওৱা হৈছে। এই প্ৰক্ৰিয়াত প্ৰতীক হাজেলাই মোটা অংকৰ অৰ্থ অপব্যৱহাৰ কৰিছে।‘

‘হাজেলাৰ দুৰ্নীতি’ৰ অন্য এক উদাহৰণ দি আবেদনত বৰাই লিখিছে ‘প্ৰতীক হাজেলাই ১০০০০ লেপটপ প্ৰতিটোৰ বাবদ ৪৪ হাজাৰ টকাকৈ ক্ৰয় কৰা দেখাইছে। কিন্তু সমীক্ষাৰ পৰা জানিব পৰা মতে এনেধৰণৰ একোটা লেপটপৰ মূল্য ২২,৫০০ টকা। এইটোও দুৰ্নীতিৰ এটা উদাহৰণ।‘

প্ৰায় ১১ হাজাৰ বৈদ্যুতিক জেনেৰেটৰ প্ৰকৃত মূল্যতকৈ দুগুণ মূল্যত হাজেলাই ক্ৰয় কৰিছিল বুলিও আবেদনত উল্লেখ আছে।

‘এইটো সৰ্বজনবিদিত সত্য যে পূৰ্বৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে সুৰক্ষা নামত লৈ গ’ল। কোনোধৰণৰ সংবিধিবদ্ধ হিচাপ নিকাচ দিবলৈ প্ৰতীক হাজেলাক অনুমতি নিদিলে কিয়নো ইয়াত এক বৃহৎ আৰ্থিক অনিয়ম কৰা হৈছে। যদি অনুসন্ধান কৰা হয় তাৰ সত্যটো প্ৰকাশ পাব।‘ বৰাই লগতে লিখিছে।

বৰাই আবেদনত আৰু কয় ‘এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় বিষয় হিচাপে আইন মতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিনিধিত্ব কৰিব লাগে। কিন্তু প্ৰতীক হাজেলাই নিজৰ খায়েল খুচি অনুসৰি এজন ব্যক্তিগত পৰামৰ্শদাতা নিযুক্তি দিছিল য’ত ভাৰতৰ মহাপঞ্জীয়কৰ কোনো অনুমোদন নাছিল।‘

গতিকে আবেদনৰ জৰিয়তে বৰাই সমগ্ৰ বিষয়টোৰ এক উচ্চস্তৰীয় তদন্ত দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd