• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শুকুৰবাৰে নাগৰিকত্ব বিধেয়ক সম্পৰ্কীয় বৈঠকৰ বাবে উত্তৰ-পূবৰ বিভিন্ন পক্ষক অমিত শ্বাহৰ বাসগৃহলৈ আমন্ত্ৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2019 10:03 pm
amit-shah

অমিত শ্বাহ, উৎস-ইণ্টাৰনেট

2.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদ চলি থকাৰ সময়তে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হ’বলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় বৈঠকৰ বাবে সকলো অংশীদ্বাৰী দল, সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে।

আনহাতে, উত্তৰ-পূবৰ কংগ্ৰেছৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকলে একেটা দিনতে নাগৰিকত্ব বিধেয়কৰ বিপক্ষে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব।

চৰকাৰী সূত্ৰ মতে, অমিত শ্বাহৰ বাসগৃহত বৈঠকখন নিশা ৯ বজাত অনুষ্ঠিত হ’ব।

‘‘উত্তৰ-পূবৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ লগতে বিভিন্ন দল-সংগঠনকো বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে,’’ সূত্ৰত প্ৰকাশ।

জানিব পৰা মতে, অহা সপ্তাহত চৰকাৰে সংসদত নাগৰিকত্ব বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।

পূৰ্বেও কেন্দ্ৰ চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক উত্থাপন কৰিব বুলি কৈছিল।

উত্তৰ-পূবৰ কংগ্ৰেছ সাংসদ সকলে সংসদ ভৱনৰ চৌহদত থকা গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

আনহাতে, ত্ৰিপুৰা কংগ্ৰেছৰ তৰফৰ পৰা বৈঠকত অংশগ্ৰহণ নকৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।

ত্ৰিপুৰা কংগ্ৰেছৰ তৰফৰ পৰা উল্লেখ কৰা মতে, তেওঁলোকে আজিহে পত্ৰ লাভ কৰিছে যাৰবাৰে হঠাৎ কাইলৈ দিল্লীলৈ যোৱাটো সম্ভৱ নহয়।

বিজেপিয়ে জানি বুজি তেওঁলোকক এনেদৰে হঠাতে আমন্ত্ৰণ জনাই প্ৰবঞ্চনা কৰিছে বুলিও ত্ৰিপুৰা কংগ্ৰেছে অভিযোগ কৰে।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd