• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ লক্ষ্য উত্তৰ-পূবত অধিক জাপানী বিনিয়োগ

জাপানী প্ৰধান মন্ত্ৰীৰ সৈতে বিশেষ সংযোগ স্থাপনৰ বাবে মোদীয়ে নেতাজী সুভাষ বসু ফেক্তৰটো খেলিব।

এন ই নাও নিউজ by এন ই নাও নিউজ
December 2, 2019 6:05 pm
Indo-Japan summit: Modi aims to seek more Japanese investment for Northeast

মোদী আৰু আবে, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদীয়ে জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজ’ আবেক আপ্যায়নৰ বাবে গুৱাহাটী আৰু ইম্ফালক বাচি লোৱাৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ বাবে অধিক জাপানী বিনিয়োগ আদায় কৰা।

চলিত ডিচেম্বৰৰ মাজভাগত হ’ব লগা বৈঠক সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ বিষয়া এগৰাকীয়ে নৰ্থইষ্ট নাওত এই কথা সদৰী কৰিছে।

Apply Now

বিষয়াগৰাকীয়ে জনোৱামতে, প্ৰধান মন্ত্ৰী আবেক অঞ্চলটোত ইতিমধ্যে চলি থকা প্ৰায় এক ডজন জাপানী প্ৰকল্পৰ অগ্ৰগতি দেখুওৱা হ’ব।

“কিন্তু মূলতঃ আন্তঃগাঁথনি খণ্ডৰ বাবে নতুন প্ৰকল্পৰ এখন তালিকা যুগুত কৰা হৈছে আৰু এইক্ষেত্ৰত জাপানী বিনিয়োগ বিচৰা হ’ব পাৰে,” ড’নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াগৰাকীয়ে জনায়।

১৪সংখ্যক ভাৰত-জাপান বৈঠকখনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও গুৱাহাটীতে মোদীয়ে আবেক আদৰণি জনাব।

তাৰ পিছত মোদীয়ে জাপানী প্ৰধান মন্ত্ৰীগৰাকীক ইম্ফাললৈ লৈ যাব।

জাপানী প্ৰধান মন্ত্ৰীগৰাকীক ইম্ফালত থকা দ্বিতীয় বিশ্ব মহাসমৰৰ যুদ্ধভূমি বিশেষকৈ তাত থকা শান্তি সংগ্ৰহালয় দেখুৱাবলৈ নিয়া হ’ব।

বিদেশ মন্ত্ৰ্যালয়ৰ বিষয়াই জনোৱামতে, জাপানী প্ৰধান মন্ত্ৰীগৰাকীৰ সৈতে বিশেষ সংযোগ স্থাপন কৰিবলৈ মোদীয়ে নেতাজী সুভাষ বসু ফেক্তৰটো খেলিব।

“ঘৰুৱাভাৱে কংগ্ৰেছৰ কেৱল ভেটি দুৰ্বল কৰাই নহয়, জাপানৰ সৈতে সংযোগ স্থাপন কৰাৰ বাবেও, আন ভাৰতীয় প্ৰধান মন্ত্ৰীসকলৰ বিপৰীতে মোদীয়ে বসু ফেক্তৰটো জোৰ দি খেলে,” ৰাজনৈতিক বিশ্লেষক সব্যসাচী বসু ৰয় চৌধুৰীয়ে কয়।

ইম্ফালত দ্বিতীয় বিশ্ব যুদ্ধৰ শেষচোৱাত জাপান-মিত্ৰ আই এন এ (Indian National Army)ই সন্মিলিত বাহিনীৰ বিৰুদ্ধে যুঁজত বহু সেনা হেৰুৱাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd